উৰহি গছৰ ওৰ
অমৃত খুড়া ভাল বিবুধিত পৰিল। ভটিজাক ছয় বছৰীয়া মামনক কেনোমতেই নিচুকাব পৰা নাই।
অমৃত খুড়াৰ ঘৰ উখল মাখল। পূজাৰ বন্ধত ল’ৰা-ছোৱালীহঁতৰ সতে দুয়োজনী বায়েক আহিছে। ডাঙৰ বায়েকৰ যঁজা ল’ৰা তুষাল