পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শেষ মধ্যযুগৰ অসমীয়া সাহিত্য ৬৭ ৰচয়িতা ৰামী-ভক্ত চণ্ডীদাস একেজনেই হওক বা দুজনেই হওক, তেওঁ যে বৈষ্ণৱ নহয় এই দুই ধি ৰচনাই তাৰ প্ৰমাণ; আৰ, এই বাবেই এই গ্ৰন্থ অন- বৈষ্ণৱ সাহিত্য স্বৰূপে আলোচনা কৰা হৈছে। ভাষাৰ দৰেই শদা সাহিত্যৰ ফালৰ পৰাও এই পুথিখনিত অনেক গুণ দেখিবলৈ পোৱা হয়। ইয়াৰ বচয়িতা চণ্ডীদাস যেনে তেনে শ্ৰীশঙ্কৰদেৱৰ পূৰ্ববতী; আৰু প্ৰাকশঙ্কৰী অসমীয়া কৰি মাধৱ কন্দলী আৰ, মৈথিলী কবি বিদ্যাপতিব অন্ততঃ নবীন সম-সাময়িক। তাব প্ৰমাণ খুপে জয়দেব প্ৰখ্যাত 'স্মৰগৰলখণ্ডনং মম শিবসি মডনং দেহি পদপল্লৱমদাৰম,” লোকৰ প্ৰতিধনিবপে ইয়াৰ বন্দাবনখণ্ডত কৃষ্ণই বাধাৰ মান ভঞ্জন কৰিছে মন বল ডন ব্যাধী মাথাৰ মণ্ডল নোবে। চৰণ পাল্লৰ আবোপ ধী মোৰ মাথাৰ উপৰে। এই বৃন্দাবন-খণ্ডবে এটি দীঘলীয়া কবিতাৰ বিৱবৰ্ণৰ মাজত “একে একে ঋতুগণে, বিলাস কৈল আপনে, কুসুমিত সৱ ভগণে। তিন ভুবন মাঝে কথাহে দেখিলে দৈব নিয়োজন হেন থানে।.. কুসম সমূহ মধু, পিআ, মধুমত্ত মধুব, নিকৰে মং ঝঙ্কাৰে। কুমিত লতাকুঞ্জে, বেঢ়িল বিবিধ গঞ্জে, মন্মথ কৰে ঝঙ্কাৰে। বহে সুশীতল বাএ, কোকিলে পঞ্চম গএ, এ অব নানা পক্ষিগণে। সনে মগকুলে বনে, গাইল বড়, চণ্ডীদাসে, বান্ধিলা বাসলী চৰণে॥ ইয়াত এহাতে যেনেকৈ বিদ্যাপতিৰ ছন্দৰ জোকাৰ প্ৰতিধনিত হৈছে, ইহাতে তেনেকৈ “কুহু কুহ, ধনি, কোকিলৰ শুনি, বহা মলয়া বাৱ" কীৰ্ত্তন- ঘোষাব এনে আগলি বাতৰি পোৱা পোৱা যেন লাগে। বিশেষকৈ কৃষ্ণ-কীত্তনব বন্দাবন-খণ্ডৰ কুম-মালা ছন্দ এই কবিতাটি আদি-বসত বিদ্যাপতিৰ আৰ, ভাষাত শ্ৰীশংকৰদেৱৰ “হকমোহন” “দিব্য উপবন"ৰ আগজাননী যেন লাগে। শঙ্গাৰ-বস-প্ৰধান হলেও ঠায়ে ঠায়ে ৰচনা অতি সৰস আৰু কবিত্বপণি হৈছে- “তোহ্মাৰ যৌৱন বাধা কৃপণ্যে ধন। পোৰ্টলি বান্ধিয়া বাথ নহলী যৌৱন॥” তোৰ দঙ্গ কুচকুম্ভ বান্ধি নিজ গলে। বোল বাধা পৈসোমো লাৱণ্য গঙ্গাজলে। নাভি গভীৰ তোৰ প্ৰয়াগ উপমা। উযুগ ৰাম কদলী তৰ, সমা। নথৰ গমনে যাসি ভাগিবাৰ তৰে। তা দেখিঅ বনবাস কৈল কৰীৰে॥”