পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহিশ্লোক টি পায়া মাধৰে মলত। ভৰ্কিত মাধৱদে শঙ্কৰদেৱৰ লগত এক হল। নৱ-জন্ম যুগত কুলি উঠা অসমীয়া সাহিত্য যি কাৰ্যে কাটিলা বলি তাতে নাই আশ। তম নৰকত চিৰকাল হোৱে বাস॥ সংসাৰত ব্যায়াত নুগুচে জীৱৰ। এতেকে প্ৰবৃত্তি পথ পৰম দুঙ্কৰ॥” প্ৰবৃত্তি মত ঘণ্ডন কবি শঙ্কৰদেৱে নিবৃত্তিৰ শ্ৰেষ্ঠমত থাগিলে ভাবত পুৰাণ ব্যাস ঝযি কৰিলন্ত। যাৰ যেন জাতি-ধৰ্ম্ম সৰে বিহিল॥ চাৰিয়া বেদৰ কৰিলেক শাখাভেদ। তথাপিত নুচে মনৰ মহা খেদ॥ পশু-হিংসা ধা বিহিল জগতত। সিকাৰণে সুস্থ নাহি ব্যাসৰ মনত॥ বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা ভাগৱত। নাৰায়ণে কহিলন্ত ব্ৰহ্মাৰ আগত। ব্ৰহ্ম নাৰদত কৈলা নাৰদে ব্যাসত। ব্যাসে কহিল পাছে মহা ভাগৰত॥ শুক পঢ়াইলা ব্যাসে ইটো শাস্ত্ৰ সাৰ। শুকে পৰীক্ষিত আগে কবিলা প্ৰচাৰ॥” শেষ সংশয় ছেদ কৰি লবৰ বাবে মাধৱদেৱে নিবৃত্তিৰ সন্ধান কৰিলে-- মাধৱে পুছিলা পাছে কবযোৰ কৰি। বৃথা দুখ পাৰে কাৰ্যাককি আছৰি॥ কোন কৰ্মে তুৰিবেক ঘোৰ সংসাৰত। ইহাৰ উপায় আৱে কহিয়ো সাম্প্ৰত॥ শঙ্কৰে বোল মাধৱৰ মুখ চাই। ভিকতি সাধন সৎসঙ্গ বিনে নাই॥ ভাগৱত পুৰাণব যত্নেক সাধন। সৎসঙ্গ ভুক্তিৰ কথা শুনা দিয়া মন॥ শঙ্কৰৰ গ্ৰোঢ়ি বাণী শুনি মাধৱৰ। ছিল সংশয় যত আছিল মন॥ কৃতাঞ্জলি কৰি আসনৰ উঠিল। উৰু মানি শঙ্কৰত শৰণ লৈল॥” (বানচৰণৰ পদ ২১৫৮ৰ পৰা ২২৮০লৈ ভূষণৰ পদ ১৬৪ ৰ পৰা ২৯4লৈ বহু একে)। দৈৰিৰ এই বৰ্ণনা সামান্য পৃথক “পাছে দুয়োজনে কথা কহিতে লাগিল। উচচা-উচচ দুইহাতবে সম্বাদ মিলিলা। মাধৱে শাস্ত্ৰক দেখাই প্ৰবৃত্তি কহন্ত। নিবৃত্তি দেখাই তাক শঙ্কৰে খন্ত॥ প্ৰভাতৰে পৰা তিনি পৰ বেলি গৈল। দুইহাস্তবো কথা সাঙ্গ তথাপি নভৈল। “যথা তবোল নিঃসেচনেন তৃপ্যন্তি হংস্কন্ধ ভূজোপশাখা। প্ৰাণোপহাবাচ্চ যথেন্দ্ৰিয়াণাং তথা চ সব্বাৰ্চ নমচুতে জয়া॥” নিশ্চয় কবিয়া এবিকে পূজা যত॥ "মনে ওৰু মানি তেতিক্ষণে উঠিল। বেলিন্ত শঙ্কৰদেৱে যাইবন্ত জানিলো॥ ৰামানন্দ (৪৭১-৮৭ পদ), ৰামচৰণ (২২৩৭-৪৬ পদ), তাৰ দৈত্যাৰি (২৭৩-৭৯ পদ); আটাইৰে মতে সেই দিনাৰ পৰাই দুৰ্গাপূজা এৰি কুষ শঙ্কৰদেৱক নমস্কাৰ কৰিল॥ মাধৱে বোল কু তোমাক মানিলো॥