পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নব-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৪৫ তেওঁক মাঙ্কে-সময়ে নচুৱাই ৰং চাইহিল; পৰম ব্ৰহ্ম কৃষক তেওঁৰ পুত্ৰ বুলি প্ৰম কৰাই সেই কুটি। ভক্তৰ এই অহঙ্কাৰ চূৰ্ণ কৰিবলৈ কৃষ্ণাই চেলু ললে, আৰু যশোদাই “বায়ে বেস্ত যেৱে মাটি নখাইলি" বোলা মাত্ৰই “বাইলন্ত বেস্ত প্ৰকাশিয়া যশোদা সুন্দৰী দেযন্ত পাছে। সমতু খাত গৰ্ভতে আছে। সাতেখন দ্বীপ তো সাগৰ। গিৰি ৰন নদীগ্ৰাম নগৰ॥৬৭১। বায়ু সূৰ্য্য শশী দিন আকাশ। ভাৰাণ তৈতে কৰে প্ৰকাশ। সমস্তু জীৱ-জ্যোতিভেজ জল। সত্ব বজলুম প্ৰিয় বল॥৬৭২। মন বুদ্ধি কাল কৰ্ম যতেক। দাকো গাওঁত দেখে প্ৰত্যেক। হতেক ধেনু গোপ-গোপী জাক। যশোলা দেখে তৈতে আপোনাক। ৬৭৩। পৰম কাক পাইলন্ত সতী। অদ্ভুত দেখিয়া বোলপ্ত মাতি॥ ত্যি ভ্ৰম ভৈলা মোহক পায়। দেখিলো স্বপ্ন কিবা দেৱ-মায়া॥৯৭৪। কিলা জানে মায়া মোষ নয়। কৰিব নোৱাৰো একো নিশ্চয়॥ নূহিক মোৰ পুত্ৰ মানুষ। এহেন্তেসে বিঃ আদি পুৰুথ।৬৭৫। মই যশোদা মোৰ পুত্ৰ স্বামী। থে সৱে অধিশ্বৰী আমি॥ হেন অহম্মম সদা৷ে কবো। হ্যৰ মাত ওপজে মৰো॥ হেন জগন্নাথ হয়েক গতি। খণ্ডয়োক আবে মোৰ কুমতি॥৬৭৮। ' ভক্তৰ দৰ্প গুচিল; কিন্তু যশোদাক নচুৱাৰ মুদা মবিল। এতেকে, কৰিল বৈষ্ণৱী মায়া বিস্তাব। গুচিল বিষ্ণু-ক্লান যশোদাব। ৯৭৯। কুষ্ণত পুত্ৰ বুদ্ধি তৈল জাত। ধুলা জাৰি তুলি লৈল গেলাত॥ পাস্ত চুমা মুখে গুন দিয়া মোৰ আয়ু লই পুতাই জীয়া। ৬৮০। এইবাৰ যশোদাই অন্ততঃ গম পালে যে পৃথিবীখন সচাকৈয়ে ঘূৰণীয়া। দ্বিতীয় কাহিনীৰ আগতে শঙ্কৰদেৱে যেন সাক্ষাতে এগৰাকী অসমীয়া তিতাৰ বিতোপন ফটোগ্ৰাফ(আলোক-চিত্ৰ) এটি লৈ যশোদা স্বৰূপে আমাক দেখুৱাইছে; আৰু আকৌ সেই হ্ৰস্ব-যুনাৰ ক্ষিপ্ৰ গতিৰে সেই যশোদাব হানি-স্পন্দনো যেন আমাক ভালদৰে অনুভৱ কৰিব পৰাকৈ দিছে- দিনে যশোনা নদজায়া। আপুনি মথস্ত দধি গৈয়া। ৰি শৈশৱ লীলাক স্মবি। কৃষ্ণগীত গাৱন্ত সুন্দৰী॥৬৮৪।