পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১৯
মহাভাৰত—উদ্যোগ পৰ্ব্ব।

চমবী চামৰ সহোদৰ কেশ পাশ।
ৰুচিকৰ নীলৰত্ন লতিকা সঙ্কাশ॥
হেন দম্পতিৰ আজ্ঞা ৰত্ন শিৰে ধৰি।
ভণে দ্বিজ ৰমানন্দে বোলা হৰি হৰি॥

১৭৯