পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গণ-বিপ্লৱ | জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
১৮
গণ-বিপ্লৱ
গণ-বিপ্লৱ
| জ্যোতি।--হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে
জ্যোতি --হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে
কথা কবলৈ সাহ জন্মে।
কথা কবলৈ সাহ নজন্ম।
শিৱ।-সঙ্কোচ নকৰিবা; মই অভয় দিছে।।
শিৱ।--সঙ্কোচ নকৰিবা; মই অভয় দিছে।
জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰে বুলিছে, কওঁ।
জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ।
মই গণনাত পালে? স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ
মই গণনাত পালে" স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ।
শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ।
| শিৱ।--তাৰ পৰা কি হয়?
শিৱতাৰ পৰা কি হয়?
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে।
জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে।
জ্যোতিভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক
জ্যোতিভূষণৰ কথা শুনি ৰজ। বিমৰ্ষ হ’ল; জ্যোতিষীক
বলে,—“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।”
কলে,-“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।”
জ্যোতিভূষণে আকৌ পূৰ্বৰ দৰেই গণনা কৰিলে। তাৰ
জ্যোতিভূষণে ‘আকে পূৰ্বৰ দৰেই গণনা কৰিলে।
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ,
পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ,
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে।
গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে।
আগেয়ে যি কৈছোঁ সেয়ে হ’ব।”
আগেয়ে যি কৈছে সেয়ে হ’ব।”
শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে?
শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে?
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে
জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে।
তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে।
শিৱ।—কি উপায়?
শিৱ?—কি উপায়?
জ্যোতি।-দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'-
জ্যোতি।--দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'-
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল
মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক
দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক

১৪:৫৪, ২৪ অক্টোবৰ ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৮ গণ-বিপ্লৱ জ্যোতি --হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে কথা কবলৈ সাহ নজন্ম। শিৱ।--সঙ্কোচ নকৰিবা; মই অভয় দিছে। জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। মই গণনাত পালে" স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ। শিৱতাৰ পৰা কি হয়? জ্যোতি।-স্বৰ্গদেৱ ৰজা ভাগিব লাগে। জ্যোতিভূষণৰ কথা শুনি ৰজ। বিমৰ্ষ হ’ল; জ্যোতিষীক কলে,-“আকৌ এবাৰ ভালকৈ গণি চোৱাচোন।” জ্যোতিভূষণে ‘আকে পূৰ্বৰ দৰেই গণনা কৰিলে। পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,-“স্বৰ্গদেৱ, গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। আগেয়ে যি কৈছে সেয়ে হ’ব।” শিৱ।--তাক খণ্ডাবৰ উপায় নাই নে? জ্যোতি।-নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে। শিৱ?—কি উপায়? জ্যোতি।--দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক মাটি-বৃত্তি ধন সোণ দান কৰক। তেনে কৰিলেই অন্যান্য অমঙ্গল আঁতৰ হ’ব কিন্তু ছত্ৰভঙ্গৰ প্ৰতীকাৰ নহয়।