পৃষ্ঠা:Chalachitra.pdf/১৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
SlowPhoton (আলোচনা | বৰঙণি) →মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সংগীত পৰিচালকেই হয়, কখন প্ৰতিভাসকলৰ ওপৰত ‘ৰোজাহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
SlowPhoton (আলোচনা | বৰঙণি) |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{c|{{x-larger|'''নতুন তাৰকা এ. আৰ. ৰহমান'''}}}} |
|||
সংগীত পৰিচালকেই হয়, কখন |
|||
{{dhr}} |
|||
প্ৰতিভাসকলৰ ওপৰত |
|||
{{gap}}‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ |
|||
‘ৰোজাহ ব্যৱসায়িক দিশত অভাব |
|||
এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া |
|||
⚫ | |||
ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা |
|||
স্বামী বাতিষ্টাৰ ভিতৰতে বিখ্যাত হল, ৰেইন মুপি আছে |
|||
এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল |
|||
কৰা অভিনেত্ৰী মধু’ ব্যস্ত অভিনেত্ৰলে কত দুল, ন্নান এ প্লান, |
|||
প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰত্নমে যেতিয়া তেওঁৰ ছবি |
|||
বহমান নামৰ বাদ্য-বাজ, |
|||
‘ৰোজা’ৰ বাবে নামহীন এক তৰুণ বাদ্য-যন্ত্ৰীক সংগীত পৰিচালনাৰ |
|||
⚫ | |||
ভাৰ দিলে, তেতিয়া সকলো আচৰিত হ’বলৈ বাধ্য হৈছিল। অকল |
|||
⚫ | |||
সংগীত পৰিচালকেই নহয়, ছবিখনৰ নায়ক-নায়িকাও আছিল নতুন। |
|||
{{gap}}মণিৰত্নমৰ দক্ষতাত কাৰো সন্দেহ নাই, সন্দেহ আছিল নতুন |
|||
প্ৰতিভাসকলৰ ওপৰতহে। শেষত সকলো কৌতুহলৰ অন্ত পেলাই |
|||
‘ৰোজা’ই ব্যৱসায়িক দিশত অভাৱনীয় সাফল্য লাভ কৰিলে; ৰাষ্ট্ৰীয় |
|||
⚫ | |||
স্বামী ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল, বোম্বাইৰ ছবিজগতে নাকচ |
|||
কৰা অভিনেত্ৰী ‘মধু’ ব্যস্ত অভিনেত্ৰীলৈ ৰূপান্তৰিত হ’ল; আৰু এ.আৰ. |
|||
ৰহমান নামৰ বাদ্য-যন্ত্ৰীজন, যি অইন সংগীত পৰিচালকৰ সুৰত |
|||
⚫ | |||
⚫ | |||
বঁটা। |
বঁটা। |
||
অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, |
{{gap}}অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, ৰোজাৰ গীতবোৰৰ সুৰ আৰু |
||
সংগীত ৰচনাৰ অভাবব বাবও এ. শাৰ বহনে সক্ষম হবেই |
|||
সংগীত ৰচনাৰ অভিনবত্বৰ বাবেও এ. আৰ. ৰহমানে প্ৰথম ছবিৰেই |
|||
অৰ্জন কৰিলে সৰ্বভাৰতীয় |
অৰ্জন কৰিলে সৰ্বভাৰতীয় খ্যাতি। ‘শংকৰভৰণম’, ‘ৰুদ্ৰবীণা’, |
||
‘স্বাতীকিৰণম’ আদি দক্ষিণ ভাৰতীয় ছবিৰ গীতেও উত্তৰ ভাৰতত |
|||
জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা |
জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আছিল সংগীত |
||
ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু |
ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু গীতৰ সুৰ হিন্দী ছবি বাবে |
||
Scanned with CamScanner |
২২:৪৬, ১৭ জুন ২০২০ৰ সংস্কৰণ
নতুন তাৰকা এ. আৰ. ৰহমান
‘পল্লৱী অনুপল্লৱী’ৰ পৰা আৰম্ভ কৰি ‘থলপতি’লৈকে মণিৰত্নমৰ এই আটাইকেইখন ছবিৰেই সংগীত পৰিচালক আছিল ইল্লায়া ৰাজা। দক্ষিণ ভাৰতৰ সৰ্বাধিক ব্যস্ত আৰু সৰ্বাধিক মাননি লোৱা এইগৰাকী সংগীত পৰিচালকৰ সৈতে মণিৰত্নমৰ যোৰাটো হৈ পৰিছিল প্ৰায় অবিচ্ছেদ্য। কিন্তু এইগৰাকী মণিৰত্নমে যেতিয়া তেওঁৰ ছবি ‘ৰোজা’ৰ বাবে নামহীন এক তৰুণ বাদ্য-যন্ত্ৰীক সংগীত পৰিচালনাৰ ভাৰ দিলে, তেতিয়া সকলো আচৰিত হ’বলৈ বাধ্য হৈছিল। অকল সংগীত পৰিচালকেই নহয়, ছবিখনৰ নায়ক-নায়িকাও আছিল নতুন।
মণিৰত্নমৰ দক্ষতাত কাৰো সন্দেহ নাই, সন্দেহ আছিল নতুন প্ৰতিভাসকলৰ ওপৰতহে। শেষত সকলো কৌতুহলৰ অন্ত পেলাই ‘ৰোজা’ই ব্যৱসায়িক দিশত অভাৱনীয় সাফল্য লাভ কৰিলে; ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বঁটা অৰ্জন কৰিলে; ছবিখনৰ নতুন নায়ক অৰবিন্দ স্বামী ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল, বোম্বাইৰ ছবিজগতে নাকচ কৰা অভিনেত্ৰী ‘মধু’ ব্যস্ত অভিনেত্ৰীলৈ ৰূপান্তৰিত হ’ল; আৰু এ.আৰ. ৰহমান নামৰ বাদ্য-যন্ত্ৰীজন, যি অইন সংগীত পৰিচালকৰ সুৰত ছিন্থেছাইজাৰ বজাইছিল আৰু বিজ্ঞাপন ছবিৰ বাবে সংগীত ৰচনা কৰিছিল, তেওঁ অৰ্জন কৰিলে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা।
অকল ৰাষ্ট্ৰীয় বঁটাৰ বাবেই নহয়, ৰোজাৰ গীতবোৰৰ সুৰ আৰু সংগীত ৰচনাৰ অভিনবত্বৰ বাবেও এ. আৰ. ৰহমানে প্ৰথম ছবিৰেই অৰ্জন কৰিলে সৰ্বভাৰতীয় খ্যাতি। ‘শংকৰভৰণম’, ‘ৰুদ্ৰবীণা’, ‘স্বাতীকিৰণম’ আদি দক্ষিণ ভাৰতীয় ছবিৰ গীতেও উত্তৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছিল; কিন্তু সেই জনপ্ৰিয়তা আছিল সংগীত ৰসিকসকলৰ মাজত সীমাবদ্ধ। কিছু গীতৰ সুৰ হিন্দী ছবি বাবে