পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। যাৰ পাৰে। এই বিলাকে জাহাজত খুন্দা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৮১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
যাব পাৰে। এই বিলাকে জাহাজত খুন্দা মাৰে নতুবা জাহাজৰ
পানীৰ ৰূপ ভেদ।
ওচৰতে লুটি খাই পৰিলে পানীৰ ইমান আস্ফালন হয় যে জাহাজ
যাৰ পাৰে। এই বিলাকে জাহাজত খুন্দা মাৰে মতুবা জাহাজৰ
'ওচৰতে লুটি খাই পৰিলে পানীৰ ইমান আস্ফালন হয় যে জাহাজ
সঙ্কটত পৰে এই বিলাক বস্তু লুটিয়া-লুটি নোহোৱা কৈ একে ভাৱে
সঙ্কটত পৰে এই বিলাক বস্তু লুটিয়া-লুটি নোহোৱা কৈ একে ভাৱে
নাথাকে কাৰণ সূৰ্যৰ তাপত, আৰু তাৰ পানীৰ উঞ্চতা পাই
নাথাকে কাৰণ সূৰ্য্যৰ তাপত, আৰু তাৰ পানীৰ উষ্ণতা পাই
ঠাইয়ে ঠাইয়ে দু হোৱা বাবে উটা বৰফৰ সাম্য ভাৰ সঘনে নষ্ট
ঠাইয়ে ঠাইয়ে দ্ৰৱ হোৱা বাবে উটা বৰফৰ সাম্য ভাৱ সঘনে নষ্ট
হয় সেই নিমিত্তে বাৰম্বাৰ অতি ভয়ঙ্কৰ শব্দেৰে সাগৰ আস্ফালন কৰি
হয় সেই নিমিত্তে বাৰম্বাৰ অতি ভয়ঙ্কৰ শব্দেৰে সাগৰ আস্ফালন কৰি
লুটি লয়। নিহাৰ-বাহুৰ লগত যিৰূপে মাটি আৰু শিল আহে সেই
লুটি লয়। নিহাৰ-বাহুৰ লগত যি{{বঙালী ৰূ}}পে মাটি আৰু শিল আহে সেই
দৰে উটা বৰফৰ লগতত আহে আৰু সূৰ্য্য কিৰণে উটা বৰফক জ্বৰ।
দৰে উটা বৰফৰ লগতো আহে আৰু সূৰ্য্য কিৰণে উটা বৰফক দ্ৰৱ
কৰিলে ঘি ঘাটে যায় সেই গোটেই বাটতে অলপ অলপকৈ শিল
কৰিলে ঘি বাটে যায় সেই গোটেই বাটতে অলপ অলপকৈ শিল
মাটি সৰি গৈ থাকে। এই দৰেই বেফিমচবে, উত্তৰ আটলান্টিক
মাটি সৰি গৈ থাকে। এই দৰেই বেফিনচ্‌বে, উত্তৰ আটলাণ্টিক
ইত্যাদি সমুদ্ৰৰ ঠায়ে ঠায়ে তলীত অনেক তৰপ পৰি ডাঠ হৈ বোকা
ইত্যাদি সমুদ্ৰৰ ঠায়ে ঠায়ে তলীত অনেক তৰপ পৰি ডাঠ হৈ বোকা
+ শিল গোট খাইছে। ইংলণ্ডৰ মাজ টাঙ্গনি (বা কাউন্টি)
{{SIC|{{বঙালী ৰু}}|আৰু}} শিল গোট খাইছে। ইংলণ্ডৰ মাজ টাঙ্গনি (বা কাউণ্টি)
বিলাকত আয়লণ্ডৰ পূৰ্বভাগত, আৰু ৰুশিয়া আৰু উত্তৰ জৰ্ম্মানি
বিলাকত আয়ৰ্লণ্ডৰ পূৰ্বভাগত, আৰু {{বঙালী ৰু}}শিয়া আৰু উত্তৰ জৰ্ম্মানি
সমস্থল বিলাকত ওপৰতে ডোখ ডোখৰ শিলেৰে মিহলি হৈ
সমস্থল বিলাকত ওপৰতে ডোখৰা ডোখৰ শিলেৰে মিহলি হৈ
ভালে মান ডাঠ এতৰপ মাটি আছে এই শিলক বল্ডাৰ শিল বা শিল
ভালে মান ডাঠ এতৰপ মাটি আছে এই শিলক বল্ডাৰ শিল বা শিল
গুটি কয় আৰু মাটিক বল্ডাৰ মাটি কয়। ভূতত্ত্ববেত্তা সকলে
গুটি কয় আৰু মাটিক বল্ডাৰ মাটি কয়। ভূতত্ত্ববেত্তা সকলে
ইয়াৰ একো তত্ত্ব ধৰিব নোৱাৰিছিল। তাতে আকৌ এই বিলাক
ইয়াৰ একো তত্ত্ব ধৰিব নোৱাৰিছিল। তাতে আকৌ এই বিলাক
শিল ওচৰৰ কোনো পৰ্বতৰ শিলৰ সৈতে নিমিলে এই নিমিত্তে
শিল ওচৰৰ কোনো পৰ্ব্বতৰ শিলৰ সৈতে নিমিলে এই নিমিত্তে
অধিক শঙ্কাৰ স্থল হৈছিল। বৰং সেই বিলাক ইংলণ্ড দেশৰ কম্বৰ
অধিক শঙ্কাৰ স্থল হৈছিল। বৰং সেই বিলাক ইংলণ্ড দেশৰ কম্বৰ
লেণ্ড বিভাগৰ পৰ্বত বিলাকত পোৱা আৰু স্কটলেণ্ডৰ হাইলেণ্ডৰ
লেণ্ড বিভাগৰ পৰ্ব্বত বিলাকত পোৱা আৰু স্কটলেণ্ডৰ হাইলেণ্ডৰ
পৰ্ব্বতত পোৱা শিলৰ সদৃশ আ{{বঙালী ৰু}} তাৰ পৰাই এই অহা যেন অনুমান হয়; জৰ্ম্মানি আ{{বঙালী ৰু}} {{বঙালী ৰু}}শিয়াৰ শিলবিলাক তাতকৈ দূৰ স্কেণ্ডেনেভীয়াৰ পৰ্ব্বতৰ পৰা অহা যেন লাগে। কিন্তু একো ডথৰ ইমান
পৰ্বতত পোৱা শিলৰ সদৃশ আৰু তাৰ পৰাই এই অহা যেন অনু-
ডাঙ্গৰ যে সাধাৰণ শক্তিৰে কঢ়িওৱা নাছিল। অন্তত এই বিলাক
মান হয়; জানি আৰু ৰুশিয়াৰ শিলবিলাক তাতকৈ দূৰ স্কেণ্ডে-
পৰ্ব্বতৰ গাত বহুত নামলকে ঘৃষ্ট প্ৰস্তৰ, পথালি কঙ্কৰ ইত্যাদি প্ৰাচীন
নেভীয়াৰ পৰ্বতৰ পৰা অহা যেন লাগে। কিন্তু একো ডথৰ ইমান
কালৰ নিহাৰ-বাহুৰ চিন পোৱা হল। তেতিয়াৰে পৰা সকলো
ডালৰ যে সাধাৰণ শক্তিৰে কঢ়িওৱা নাছিল। অন্তত এই বিলাক
পৰ্বতৰ গাত বহুত নামলকে ঘষ্ট প্ৰস্তৰ, পথালি কঙ্কৰ ইত্যাদি প্ৰাচীন
কালৰ নিহাৰ-হুৰ চিন পোৱা হল। তেতিয়াৰে পৰা সকলো

১২:২৯, ৮ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
পানীৰ রূপ ভেদ।

যাব পাৰে। এই বিলাকে জাহাজত খুন্দা মাৰে নতুবা জাহাজৰ ওচৰতে লুটি খাই পৰিলে পানীৰ ইমান আস্ফালন হয় যে জাহাজ সঙ্কটত পৰে এই বিলাক বস্তু লুটিয়া-লুটি নোহোৱা কৈ একে ভাৱে নাথাকে কাৰণ সূৰ্য্যৰ তাপত, আৰু তাৰ পানীৰ উষ্ণতা পাই ঠাইয়ে ঠাইয়ে দ্ৰৱ হোৱা বাবে উটা বৰফৰ সাম্য ভাৱ সঘনে নষ্ট হয় সেই নিমিত্তে বাৰম্বাৰ অতি ভয়ঙ্কৰ শব্দেৰে সাগৰ আস্ফালন কৰি লুটি লয়। নিহাৰ-বাহুৰ লগত যিরূপে মাটি আৰু শিল আহে সেই দৰে উটা বৰফৰ লগতো আহে আৰু সূৰ্য্য কিৰণে উটা বৰফক দ্ৰৱ কৰিলে ঘি বাটে যায় সেই গোটেই বাটতে অলপ অলপকৈ শিল মাটি সৰি গৈ থাকে। এই দৰেই বেফিনচ্‌বে, উত্তৰ আটলাণ্টিক ইত্যাদি সমুদ্ৰৰ ঠায়ে ঠায়ে তলীত অনেক তৰপ পৰি ডাঠ হৈ বোকা অ রু শিল গোট খাইছে। ইংলণ্ডৰ মাজ টাঙ্গনি (বা কাউণ্টি) বিলাকত আয়ৰ্লণ্ডৰ পূৰ্বভাগত, আৰু রুশিয়া আৰু উত্তৰ জৰ্ম্মানি সমস্থল বিলাকত ওপৰতে ডোখৰা ডোখৰ শিলেৰে মিহলি হৈ ভালে মান ডাঠ এতৰপ মাটি আছে এই শিলক বল্ডাৰ শিল বা শিল গুটি কয় আৰু মাটিক বল্ডাৰ মাটি কয়। ভূতত্ত্ববেত্তা সকলে ইয়াৰ একো তত্ত্ব ধৰিব নোৱাৰিছিল। তাতে আকৌ এই বিলাক শিল ওচৰৰ কোনো পৰ্ব্বতৰ শিলৰ সৈতে নিমিলে এই নিমিত্তে অধিক শঙ্কাৰ স্থল হৈছিল। বৰং সেই বিলাক ইংলণ্ড দেশৰ কম্বৰ লেণ্ড বিভাগৰ পৰ্ব্বত বিলাকত পোৱা আৰু স্কটলেণ্ডৰ হাইলেণ্ডৰ পৰ্ব্বতত পোৱা শিলৰ সদৃশ আরু তাৰ পৰাই এই অহা যেন অনুমান হয়; জৰ্ম্মানি আরু রুশিয়াৰ শিলবিলাক তাতকৈ দূৰ স্কেণ্ডেনেভীয়াৰ পৰ্ব্বতৰ পৰা অহা যেন লাগে। কিন্তু একো ডথৰ ইমান ডাঙ্গৰ যে সাধাৰণ শক্তিৰে কঢ়িওৱা নাছিল। অন্তত এই বিলাক পৰ্ব্বতৰ গাত বহুত নামলকে ঘৃষ্ট প্ৰস্তৰ, পথালি কঙ্কৰ ইত্যাদি প্ৰাচীন কালৰ নিহাৰ-বাহুৰ চিন পোৱা হল। তেতিয়াৰে পৰা সকলো