পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাকৃত-ভূগোল। হলে মিহি ভন্মৰ বৰণ লয়। বৰষুণৰ পূ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৬৮|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হলে মিহি ভস্মৰ বৰণ লয়। বৰষুণৰ পূৰ্ব্বে বা বৰষুণ দি থাকোতে
প্ৰাকৃত-ভূগোল।
ডাৱৰৰ মাজত বিজুলি ঘনে ঘনে খেলে, সেই নিমিত্তে অনেকে ভাবে
হলে মিহি ভন্মৰ বৰণ লয়। বৰষুণৰ পূৰ্বে বা বৰষুণ দি থাকোতে
ভাৱৰৰ মাজত বিজুলি ঘনে ঘনে খেলে, সেই নিমিত্তে অনেকে ভাবে
যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী
যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী
কণিকা বিলাক গোট নাখাই মেঘ স্বৰূপে থাকে আৰু আন কোনো
কণিকা বিলাক গোট নাখাই মেঘ স্ব{{বঙালী ৰূ}}পে থাকে আ{{বঙালী ৰু}} আন কোনো
অৱস্থাত সেই এ গোট খাই বৰষুণ হয়।
অৱস্থাত সেই এ গোট খাই বৰষুণ হয়।

ওপৰত দিয়া চাৰিবিধ মেঘৰ যোত আৰু তিনি বিধ মেঘ হয়
{{gap}} ওপৰত দিয়া চাৰিবিধ মেঘৰ যোগত আ{{বঙালী ৰু}} তিনি বিধ মেঘ হয়
তাৰ নাম অলক-স্তুপ, অলক-স্তৰ আৰু শুপ-স্তৰ। নামৰ পৰা যেনে
তাৰ নাম অলক-স্তুপ, অলক-স্তৰ আ{{বঙালী ৰু}} স্তুপ-স্তৰ। নামৰ পৰা যেনে
অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক-
অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক-
স্বপক জহ কালি বেচিকৈ দেখি; গৰম খৰাঙ্গ দিনত ই ওলায়;
স্তুপক জহ কালি বেচিকৈ দেখি; গৰম খৰাঙ্গ দিনত ই ওলায়;
সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ
সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ
মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ
মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ
অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ
অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ
হয়।
হয়।

| আকাশত মেঘ ওপঙ্গি থকাৰ কাৰণ, অনেকে অনেক প্ৰকাৰে
{{gap}} আকাশত মেঘ ওপঙ্গি থকাৰ কাৰণ, অনেকে অনেক প্ৰকাৰে
দি। কিন্তু তলত দিয়াটি এই যথাৰ্থ বুলি, বহুতৰ মনে ধৰে।
দিএ। কিন্তু তলত দিয়াটি এই যথাৰ্থ বুলি, বহুতৰ মনে ধৰে।
তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি সৰু সৰু পানী কণিকাৰ
তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি স{{বঙালী ৰু}} স{{বঙালী ৰু}} পানী কণিকাৰ
সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি
সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি
ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই
ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই
মেঘ ৰূপত থকা পানী-কণিকা বিলাকো উড়ি ফুৰে। তললৈ
মেঘ {{বঙালী ৰূ}}পত থকা পানী-কণিকা বিলাকো উড়ি ফুৰে। তললৈ
যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে।
যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে।
যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে
যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে
সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত আৰু
সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত আ{{বঙালী ৰু}}
মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ
মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ
হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়।”
হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়।”

| মেঘৰ বৰণ সদাই একে নাথাকে, নানা সময়ত নানা ৰঙ ধৰে।
{{gap}}মেঘৰ বৰণ সদাই একে নাথাকে, নানা সময়ত নানা ৰঙ ধৰে।
ৰৰণৰ সৰ্ব্ব মূল সূৰ্যৰ কিৰণ। সূৰ্য-কিৰণৰ শ্বেতবৰ্ণ, সাত মূলবৰ্ণৰ
ৰৰণৰ সৰ্ব্ব মূল সূৰ্য্যৰ কিৰণ। সূৰ্য্য-কিৰণৰ শ্বেতবৰ্ণ, সাত মূলবৰ্ণৰ

২২:০৭, ৭ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
প্ৰাকৃত-ভূগোল।

হলে মিহি ভস্মৰ বৰণ লয়। বৰষুণৰ পূৰ্ব্বে বা বৰষুণ দি থাকোতে ডাৱৰৰ মাজত বিজুলি ঘনে ঘনে খেলে, সেই নিমিত্তে অনেকে ভাবে যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী কণিকা বিলাক গোট নাখাই মেঘ স্বরূপে থাকে আরু আন কোনো অৱস্থাত সেই এ গোট খাই বৰষুণ হয়।

  ওপৰত দিয়া চাৰিবিধ মেঘৰ যোগত আরু তিনি বিধ মেঘ হয় তাৰ নাম অলক-স্তুপ, অলক-স্তৰ আরু স্তুপ-স্তৰ। নামৰ পৰা যেনে অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক- স্তুপক জহ কালি বেচিকৈ দেখি; গৰম খৰাঙ্গ দিনত ই ওলায়; সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ হয়।

  আকাশত মেঘ ওপঙ্গি থকাৰ কাৰণ, অনেকে অনেক প্ৰকাৰে দিএ। কিন্তু তলত দিয়াটি এই যথাৰ্থ বুলি, বহুতৰ মনে ধৰে। তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি সরু সরু পানী কণিকাৰ সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই মেঘ রূপত থকা পানী-কণিকা বিলাকো উড়ি ফুৰে। তললৈ যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে। যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত আরু মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়।”

 মেঘৰ বৰণ সদাই একে নাথাকে, নানা সময়ত নানা ৰঙ ধৰে। ৰৰণৰ সৰ্ব্ব মূল সূৰ্য্যৰ কিৰণ। সূৰ্য্য-কিৰণৰ শ্বেতবৰ্ণ, সাত মূলবৰ্ণৰ