পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। পৰা উৎপন্ন; সেই সাতটি বৰণ ইন্দ্ৰ- ধ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৬৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়।
পানীৰ ৰূপ ভেদ।
সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আ{{বঙালী ৰু প্ৰতিফলিত
পৰা উৎপন্ন; সেই সাতটি বৰণ ইন্দ্ৰ-
হৈ কোনোটী প্ৰকাশ পায় আ{{বঙালী ৰু}} কোনোটী বিলুপ্ত হয়। যি বৰ্ণ
ধত দেৰ্থিবলৈ পোৱা যায়।
ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্যি-
সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আৰু প্ৰতিফলিত
{{বঙালী ৰূ}}পে জানিবলৈ হলে পদাৰ্থ-বিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ
হৈ কোনোচী প্ৰকাশ পায় আৰু কোনোট বিলুপ্ত হয়। যি বৰ্ণ
ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্য।
ৰূপে জানিবলৈ হলে পদাৰ্থবিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ
কৰা উচিত।
কৰা উচিত।

মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ
{{gap}}মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ
আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহহাতে ৰাটত খৰাঙ্গ
আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহোঁতে বাটত খৰাঙ্গ
এতৰপ বাযুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে
এতৰপ বায়ুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে
শোহে বা পুনৰ ভাপ হয; নামি অহা বৰষুণৰ টোপা বিলাক অতি
শোহে বা পুনৰ ভাপ হয়; নামি অহা বৰষুণৰ টোপা বিলাক অতি
ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় :
ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় :
(১) উষ্ণমণ্ডলত ভাপ বেচি এই নিমিত্তে তাত ভালো

ৰেচিকৈ উঠে আৰু বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ
{{gap}}(১) উষ্ণ-মণ্ডলত ভাপ বেচি এই নিমিত্তে তাত তাপো
বেচিকৈ উঠে আ{{বঙালী ৰু}} বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ
ক্ৰমে কম।
ক্ৰমে কম।

(২) সমান ঠাইতকৈ পৰ্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ
{{gap}}(২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ
কাৰণ ওপৰত উল্লেখ কৰা হৈছে।
কাৰণ ওপৰত উল্লেখ কৰা হৈছে।

(৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাতিৰ প্ৰদেশ বিলাক পায়;
{{gap}}(৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়;
এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাতিৰ দেশ বিলাকত
এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত
বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি-
বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি-
মাণৰ প্ৰভেদ হয়।
মাণৰ প্ৰভেদ হয়।

মোঙ্গলীয়াৰ গোৰি মক প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্ত
{{gap}} মোঙ্গলীয়াৰ গোবি ম{{বঙালী ৰু}} প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য
দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহা
দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা
মৰুভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ্ড
ম{{বঙালী ৰু}}ভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ
নহয়। এই বিলাকৰ কোনো ঠাইত ২০। ৩০ বছৰৰ অন্তৰত দুজাক
নহয়। এই বিলাকৰ কোনো ঠাইত ২০।৩০ বছৰৰ অন্তৰত দুজাক
বা এজাক, কোনো ঠাইত বছৰত দুজাক মন কৰষুণ হয়। পিৰু
বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পি{{বঙালী ৰু}}
দেশত ৰুণ হোৱা এটা বৰ উৎপাত কথা তাৰ অনেক বন্ধু
দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ

২২:০৩, ৭ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
পানীৰ রূপ ভেদ।

পৰা উৎপন্ন; সেই সাতোটি বৰণ ইন্দ্ৰ-ধনুত দেখিবলৈ পোৱা যায়। সূৰ্য্য কিৰণ নানা প্ৰকাৰে মেঘৰ ওপৰত বিক্ষিপ্ত আ{{বঙালী ৰু প্ৰতিফলিত হৈ কোনোটী প্ৰকাশ পায় আরু কোনোটী বিলুপ্ত হয়। যি বৰ্ণ ব্যক্ত থাকে সেই বৰ্ণকে মেঘত দেখা যায়। এই বিষয়ে বাহুল্যি- রূপে জানিবলৈ হলে পদাৰ্থ-বিদ্যাৰ আলোক বিষয়ক ৰচনী পাঠ কৰা উচিত।

 মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহোঁতে বাটত খৰাঙ্গ এতৰপ বায়ুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে শোহে বা পুনৰ ভাপ হয়; নামি অহা বৰষুণৰ টোপা বিলাক অতি ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় :—

 (১) উষ্ণ-মণ্ডলত ভাপ বেচি এই নিমিত্তে তাত তাপো বেচিকৈ উঠে আরু বৰষুণো সৰহ। তাৰ পৰা উত্তৰ দক্ষিণলৈ ক্ৰমে কম।

 (২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ কাৰণ ওপৰত উল্লেখ কৰা হৈছে।

 (৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়; এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- মাণৰ প্ৰভেদ হয়।

  মোঙ্গলীয়াৰ গোবি মরু প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা মরুভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ নহয়। এই বিলাকৰ কোনো ঠাইত ২০।৩০ বছৰৰ অন্তৰত দুজাক বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পিরু দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ