পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাকৃত-ভূগোল। ভিতৰৰ ভাপ হৈ উঠি আৰু উদ্ভিজ বস্তু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮৬|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ভিতৰৰ ভাপ হৈ উঠি আ{{বঙালী ৰু}} উদ্ভিজ বস্তুএ টানি নিয়াৰ পাছত, যিখিনি পানী বাকি থাকে এটাই খিনি এসময়ত প্ৰধান নদীয়ে দি গৈ
প্ৰাকৃত-ভূগোল।
ভিতৰৰ ভাপ হৈ উঠি আৰু উদ্ভিজ বস্তুএ টানি নিয়াৰ পাছত, যি-
খিনি পানী বাকি থাকে এটাই খিনি এসময়ত প্ৰধান নদীয়ে দি গৈ
সাগৰত পৰে।
সাগৰত পৰে।

নদী বিলাকৰ সকলোৰে একে পতি নহয়। কোনো খন নদী
{{gap}}নদী বিলাকৰ সকলোৰে একে পতি নহয়। কোনো খন নদী
ভয়ঙ্কৰ তৰ্জন গৰ্জন কৰি ফেনে ফোলোকাৰে উপচি বৰ বেগেৰে
ভয়ঙ্কৰ তৰ্জ্জন গৰ্জ্জন কৰি ফেনে ফোলোকাৰে উপচি বৰ বেগেৰে
সাগৰত সোৰ্মইছে। কোনো খনে ‘বা অতি মৃদু গতিৰে অনেক
সাগৰত সোমাইছে। কোনো খনে বা অতি মৃদু গতিৰে অনেক
পাকলৈ, তাৰ কব যোগাইছে। কোনো বাৰিষা অত্যন্ত প্ৰবল
পাকলৈ, তাৰ কৰ যোগাইছে। কোনো বাৰিষা অত্যন্ত প্ৰবল
বেগেৰে পাৰ ওপোচাই বৰ পানী কৰি ৰৈ যায়, কিন্তু খৰালি শুকাই
বেগেৰে পাৰ ওপোচাই বৰ পানী কৰি ৰৈ যায়, কিন্তু খৰালি শুকাই
প্ৰায় সম্পূৰ্ণ তলীৰ পকা বালি ওলায়। অষ্ট্ৰেলিয়া আৰু স্পেন
প্ৰায় সম্পূৰ্ণ তলীৰ পকা বালি ওলায়। অষ্ট্ৰেলিয়া আ{{বঙালী ৰু}} স্পেন
দেশৰ নদী বিলাকেই ইয়াৰ দৃষ্টান্ত। কেনেৰ চেণ্টলৰেঞ্চ প্ৰভৃতি
দেশৰ নদী বিলাকেই ইয়াৰ দৃষ্টান্ত। কেনেডাৰ চেণ্ট্‌লৰেঞ্চ প্ৰভৃতি
কোনো কোনো নদীৰ পানী গোটেই বছৰ সমানে বৈ থাকে, জল-
কোনো কোনো নদীৰ পানী গোটেই বছৰ সমানে বৈ থাকে, জলসত্ৰৰ ঢাল অনুসাৰে নদী বিলাকৰ গতি পৃথক হয়। যি নৈৰ জলসত্ৰৰ
ঢাল প্ৰায় সমান অৰ্থাৎ যাৰ জল-সত্ৰ ক্ৰমে চাপৰ হৈ আহে সেই নদীৰ
সত্ৰৰ ঢাল অনুসাৰে নদী বিলাকৰ গতি পৃথক হয়। যি নৈৰ জলসত্ৰৰ
গতিও ধীৰ; আ{{বঙালী ৰু}} সেই নিমিত্তে বওঁতে অলপ বাধা পালেই পাক
ঢা প্ৰায় সমান অৰ্থাৎ যাৰ জল-সত্ৰ ক্ৰমে চাপৰ হৈ আহে সেই নদীৰ
লয়। যি নৈৰ জলসত্ৰ গড়ণীয়া তাৰ পানী অত্যন্ত বেগেৰে ৰৈ
গতিও ধীৰ; আৰু সেই নিমিত্তে বওতে অলপ বাধা পালেই পাক
যায়, আ{{বঙালী ৰু}} বৰষুণ পৰা মাত্ৰ বান স্ব{{বঙালী ৰূ}}পে বাগৰি যায়, কিন্তু খৰালি
লয়। যি নৈৰ জলসত্ৰ গড়ণীয়। তাৰ পানী অত্যন্ত বেগেৰে ৰৈ
তাৰ তলী ওলায়। চেণ্ট্‌ লৰেঞ্চৰ নিচিনাকৈ যদি কোনো নৈ ডাঙ্গৰ
যায়, আৰু বৰষুণ পৰা মাত্ৰ বান স্বৰূপে বাগৰি যায়, কিন্তু খৰালি
হ্ৰদ, বিল বা পিটনিৰ মাজে আহে তেন্তে তাৰ পানীৰ গতি গোটেই
তাৰ তলী ওলায়। চেন্ট-লঞ্চেৰ নিচিনাকৈ যদি কোনো নৈ ডাঙ্গৰ
হদ, বিল বা পিটনিৰ মাজে আহে তেন্তে তাৰ পানীৰ গতি গোটেই
বছৰৰ নিমিত্তে সমান বা প্ৰায় সমান থাকে। কাৰণ ঢল আহি
বছৰৰ নিমিত্তে সমান বা প্ৰায় সমান থাকে। কাৰণ ঢল আহি
প্ৰথমে সেই জলাধাৰৰ জল-সীমা ওখ কৰে আৰু তাৰ পৰাই গোটেই
প্ৰথমে সেই জলাধাৰৰ জল-সীমা ওখ কৰে আ{{বঙালী ৰু} তাৰ পৰাই গোটেই
বছৰ অলপ অলপকৈ পানী সমানে ওলাই থাকে।
বছৰ অলপ অলপকৈ পানী সমানে ওলাই থাকে।

জলাধাৰৰ বাহিৰেও, জল-সত্ৰৰ বৰ বহল বিস্তাৰ, তুষাৰ আৰু
{{gap}}জলাধাৰৰ বাহিৰেও, জল-সত্ৰৰ বৰ বহল বিস্তাৰ, তুষাৰ আৰু
নিহাৰ-বাহ, পৰিশোষণ-শীল ভূমি আদি আৰু অনেক “বান
নিহাৰ-বাহ, পৰিশোষণ-শীল ভূমি আদি আ{{বঙালী ৰু} অনেক “বান
কমাওঁতা আছে। কিন্তু সকলোৰে ভিতৰত জলাধাৰেই এই বিষয়ত
কমাওঁতা” আছে। কিন্তু সকলোৰে ভিতৰত জলাধাৰেই এই বিষয়ত
পকা। মিচিচিপি দীৰ জল-সত্ৰৰ নিচিনা বৰ বহল হলে,
পকা। মিচিচিপি নদীৰ জল-সত্ৰৰ নিচিনা বৰ বহল হলে,
এঠাইৰ গাৰ অৱস্থায় আন ঠাইৰ বাৰিষাক কটাব পাৰে; সেই
এঠাইৰ খৰাঙ্গ অৱস্থায় আন ঠাইৰ বাৰিষাক কটাব পাৰে; সেই

১৬:১৭, ৬ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
প্ৰাকৃত-ভূগোল।

ভিতৰৰ ভাপ হৈ উঠি আরু উদ্ভিজ বস্তুএ টানি নিয়াৰ পাছত, যিখিনি পানী বাকি থাকে এটাই খিনি এসময়ত প্ৰধান নদীয়ে দি গৈ সাগৰত পৰে।

 নদী বিলাকৰ সকলোৰে একে পতি নহয়। কোনো খন নদী ভয়ঙ্কৰ তৰ্জ্জন গৰ্জ্জন কৰি ফেনে ফোলোকাৰে উপচি বৰ বেগেৰে সাগৰত সোমাইছে। কোনো খনে বা অতি মৃদু গতিৰে অনেক পাকলৈ, তাৰ কৰ যোগাইছে। কোনো বাৰিষা অত্যন্ত প্ৰবল বেগেৰে পাৰ ওপোচাই বৰ পানী কৰি ৰৈ যায়, কিন্তু খৰালি শুকাই প্ৰায় সম্পূৰ্ণ তলীৰ পকা বালি ওলায়। অষ্ট্ৰেলিয়া আরু স্পেন দেশৰ নদী বিলাকেই ইয়াৰ দৃষ্টান্ত। কেনেডাৰ চেণ্ট্‌লৰেঞ্চ প্ৰভৃতি কোনো কোনো নদীৰ পানী গোটেই বছৰ সমানে বৈ থাকে, জলসত্ৰৰ ঢাল অনুসাৰে নদী বিলাকৰ গতি পৃথক হয়। যি নৈৰ জলসত্ৰৰ ঢাল প্ৰায় সমান অৰ্থাৎ যাৰ জল-সত্ৰ ক্ৰমে চাপৰ হৈ আহে সেই নদীৰ গতিও ধীৰ; আরু সেই নিমিত্তে বওঁতে অলপ বাধা পালেই পাক লয়। যি নৈৰ জলসত্ৰ গড়ণীয়া তাৰ পানী অত্যন্ত বেগেৰে ৰৈ যায়, আরু বৰষুণ পৰা মাত্ৰ বান স্বরূপে বাগৰি যায়, কিন্তু খৰালি তাৰ তলী ওলায়। চেণ্ট্‌ লৰেঞ্চৰ নিচিনাকৈ যদি কোনো নৈ ডাঙ্গৰ হ্ৰদ, বিল বা পিটনিৰ মাজে আহে তেন্তে তাৰ পানীৰ গতি গোটেই বছৰৰ নিমিত্তে সমান বা প্ৰায় সমান থাকে। কাৰণ ঢল আহি প্ৰথমে সেই জলাধাৰৰ জল-সীমা ওখ কৰে আ{{বঙালী ৰু} তাৰ পৰাই গোটেই বছৰ অলপ অলপকৈ পানী সমানে ওলাই থাকে।

 জলাধাৰৰ বাহিৰেও, জল-সত্ৰৰ বৰ বহল বিস্তাৰ, তুষাৰ আৰু নিহাৰ-বাহ, পৰিশোষণ-শীল ভূমি আদি আ{{বঙালী ৰু} অনেক “বান কমাওঁতা” আছে। কিন্তু সকলোৰে ভিতৰত জলাধাৰেই এই বিষয়ত পকা। মিচিচিপি নদীৰ জল-সত্ৰৰ নিচিনা বৰ বহল হলে, এঠাইৰ খৰাঙ্গ অৱস্থায় আন ঠাইৰ বাৰিষাক কটাব পাৰে; সেই