পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৫৮ জান-মালিনী পকা ধানে নিজে লগাব যে মাত, চোকোৰাৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫৮||জ্ঞান-মালিনী}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>পকা ধানে নিজে লগাব যে মাত,
৫৮
{{gap}}চোকোৰাৰে পৰা ফুটি!
জান-মালিনী
<center>১২</center>
পকা ধানে নিজে লগাব যে মাত,
চোকোৰাৰে পৰা ফুটি!
যদিও বা দুটি গৰু মহে আহি,
যদিও বা দুটি গৰু মহে আহি,
মাজে মাজে ডকা দিব খুজিবহি,
মাজে মাজে ডকা দিব খুজিবহি,
সিও ডাকুৰতে লাগি লাগি ফাঁহি,
সিও ডাকুৰতে লাগি লাগি ফাঁহি,
| যাব থিতাদহে মাৰ!
{{gap}}যাব থিতাদহে মাৰ!
এই চলতেই কাটি ঠোকা ঠোক
এই চলতেই কাটি ঠোকা ঠোক
ভাৰ বান্ধি বাধি লবি জোঁকা জোঁক,
ভাৰ বান্ধি বান্ধি লবি জোঁকা জোঁক,
সেয়ে নিগাজিকৈ কৰি দিব তােক
সেয়ে নিগাজিকৈ কৰি দিব তোক
মায়া সাগৰৰ পাব।
{{gap}}মায়া সাগৰৰ পাৰ।
১৩
<center>১৩</center>
এনে বস্তু এৰি কিন্তু হেৰ মন!
এনে বস্তু এৰি কিন্তু হেৰ মন!
বিচাৰিছে তই দুদিনীয়া ধন,
বিচাৰিছে তই দুদিনীয়া ধন,
কামনাহে বেচি কৰা যাৰ বন।
কামনাহে বেচি কৰা যাৰ বন।
আৰু যত পাপ-তাপ;
{{gap}}আৰু যত পাপ-তাপ;
যাৰ পৰা হায়! একো লাভ নাই;
যাৰ পৰা হায়! একো লাভ নাই;
মাথাে পথিবীত বাঢ়ে হাই-খাই।
মাথো পথিবীত বাঢ়ে হাই-খাই।
আতমাও পাছে লঘােনতে যায়,
আত্‌‌‌‌মাও পাছে লঘোনতে যায়,
{{gap}}ভোকে কৰি কাপ্‌ কাপ্‌।
ভােকে কৰি কাপ কাপ।
| ১৪
<center>১৪</center>
দেখিছ তাে নিতে, তােৰ সম্মুখেতে
দেখিছ তো নিতে, তোৰ সম্মুখেতে
কত লােকে ধন ঘটি নানা মতে,
কত লোকে ধন ঘটি নানা মতে,
এৰি এৰি গৈছে য’ৰ বস্তু ততে,
এৰি এৰি গৈছে য’ৰ বস্তু ততে,
যেনে আহিছিলে তেনে;
{{gap}}যেনে আহিছিলে তেনে;
</poem>}}

২১:৪৮, ৫ মে' ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
জ্ঞান-মালিনী
 

পকা ধানে নিজে লগাব যে মাত,
 চোকোৰাৰে পৰা ফুটি!

১২

যদিও বা দুটি গৰু মহে আহি,
মাজে মাজে ডকা দিব খুজিবহি,
সিও ডাকুৰতে লাগি লাগি ফাঁহি,
 যাব থিতাদহে মাৰ!
এই চলতেই কাটি ঠোকা ঠোক
ভাৰ বান্ধি বান্ধি লবি জোঁকা জোঁক,
সেয়ে নিগাজিকৈ কৰি দিব তোক
 মায়া সাগৰৰ পাৰ।

১৩

এনে বস্তু এৰি কিন্তু হেৰ মন!
বিচাৰিছে তই দুদিনীয়া ধন,
কামনাহে বেচি কৰা যাৰ বন।
 আৰু যত পাপ-তাপ;
যাৰ পৰা হায়! একো লাভ নাই;
মাথো পথিবীত বাঢ়ে হাই-খাই।
আত্‌‌‌‌মাও পাছে লঘোনতে যায়,
 ভোকে কৰি কাপ্‌ কাপ্‌।

১৪

দেখিছ তো নিতে, তোৰ সম্মুখেতে
কত লোকে ধন ঘটি নানা মতে,
এৰি এৰি গৈছে য’ৰ বস্তু ততে,
 যেনে আহিছিলে তেনে;