ৰিফৰ্ম্ম্ সুন্দৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
No edit summary
 
২১ নং শাৰী: ২১ নং শাৰী:
}}
}}
:::ৰিফৰ্ম্ম্ সুন্দৰী
::::::::::ৰিফৰ্ম্ম্ সুন্দৰী
:ইণ্ডিয়া অফিচৰ কমাৰ-শালত
::::::::ইণ্ডিয়া অফিচৰ কমাৰ-শালত
:বিলাতী ধাতুৰ বিলাতী পাগত
::::::::বিলাতী ধাতুৰ বিলাতী পাগত
গঢ়িলে ৰূপহী        মণ্টেগু চেমছফৰ্ড
:::::::গঢ়িলে ৰূপহী        মণ্টেগু চেমছফৰ্ড
::দুজনে হাতুৰী পিটি;
:::::::::দুজনে হাতুৰী পিটি;
সুন্দ-ঊপসুন্দ        বধৰ কাৰণে
:::::::সুন্দ-ঊপসুন্দ        বধৰ কাৰণে
::তাহানি গঢ়িছিল যিটি।
:::::::::তাহানি গঢ়িছিল যিটি।
ৰিফৰ্ম্ম্ সুন্দৰী        নামেৰে ৰূপহী
:::::::ৰিফৰ্ম্ম্ সুন্দৰী        নামেৰে ৰূপহী
::ওলাল দিবলৈ ভাও,
:::::::::ওলাল দিবলৈ ভাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
::::::::ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
:ডঁহা চকুযুৰি দেখি গুচে দুখ,
::::::::ডঁহা চকুযুৰি দেখি গুচে দুখ,
মুগা চুলিটাৰ        কেঁকোৰা-কেকুৰি
:::::::মুগা চুলিটাৰ        কেঁকোৰা-কেকুৰি
::বতাহত ধেমালি কৰে,
:::::::::বতাহত ধেমালি কৰে,
ইন্দ্ৰধনু যেন        আঁচলখনিয়ে
:::::::ইন্দ্ৰধনু যেন        আঁচলখনিয়ে
::চকু জাল মাৰি ধৰে ।
:::::::::চকু জাল মাৰি ধৰে ।
ৰূপহীক লৈ        শিয়ান বাঢ়ৈয়ে
:::::::ৰূপহীক লৈ        শিয়ান বাঢ়ৈয়ে
::সাগৰত মেলিলে নাও;
:::::::::সাগৰত মেলিলে নাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।


:ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
::::::::ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
:ঢৌ তুলি তুলি খলক লগাই,
::::::::ঢৌ তুলি তুলি খলক লগাই,
ৰমক-জমক্        আঁচল উৰাই
:::::::ৰমক-জমক্        আঁচল উৰাই
::উজাই আহিল ধীৰে,
:::::::::উজাই আহিল ধীৰে,
সাগৰৰ পাৰ        কঁপাই তুলিলে
:::::::সাগৰৰ পাৰ        কঁপাই তুলিলে
::দৰ্শক-মণ্ডলীৰ ভিৰে ।
:::::::::দৰ্শক-মণ্ডলীৰ ভিৰে ।
“ৰিফৰ্ম্ম্ আহিছে”        “ৰিফৰ্ম্ম্ আহিছে”
:::::::“ৰিফৰ্ম্ম্ আহিছে”        “ৰিফৰ্ম্ম্ আহিছে”
::চৌপাশে উঠিল ৰাও,
:::::::::চৌপাশে উঠিল ৰাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
::::::::ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
:মজিল কতনা, তাৰ সীমা নাই,
::::::::মজিল কতনা, তাৰ সীমা নাই,
শিয়াল-কঁটহীয়া        চুমাৰ-লোভত
:::::::শিয়াল-কঁটহীয়া        চুমাৰ-লোভত
::কতই এৰিল ভাত;
:::::::::কতই এৰিল ভাত;
প্ৰেমৰ ৰসেৰে        হূদয় ভৰিল,
:::::::প্ৰেমৰ ৰসেৰে        হূদয় ভৰিল,
::হৰিল মুখৰ মাত ।
:::::::::হৰিল মুখৰ মাত ।
কাৰ্য্য-সিদ্ধি দেখি        যুগল বাঢ়ৈয়ে
:::::::কাৰ্য্য-সিদ্ধি দেখি        যুগল বাঢ়ৈয়ে
::ভাৰতত চপালে নাও;
:::::::::ভাৰতত চপালে নাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:আঁতৰি পলাল সন্দেহীৰ দল,
::::::::আঁতৰি পলাল সন্দেহীৰ দল,
:চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
::::::::চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
ৰিফৰ্ম্মে হাঁহিলে        মিচিকি মিচিকি
:::::::ৰিফৰ্ম্মে হাঁহিলে        মিচিকি মিচিকি
::গপতে আপোন মনে,
:::::::::গপতে আপোন মনে,
চেনেহ-চুমাৰ        টপাটপ্ আৱাজত
:::::::চেনেহ-চুমাৰ        টপাটপ্ আৱাজত
::ধুমুহা উঠিল ঘনে ।
:::::::::ধুমুহা উঠিল ঘনে ।
নগৰে নগৰে        সুন্দৰী ৰিফৰ্ম্মে
:::::::নগৰে নগৰে        সুন্দৰী ৰিফৰ্ম্মে
::চলালে সবুট পাও,
:::::::::চলালে সবুট পাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও ।
:::::::::ধিনিকি ধিন্দাও দাও ।




:ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
::::::::ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
:দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
::::::::দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
ৰিফৰ্ম্ম্-জনকে        ঘোষণা কৰিলে
:::::::ৰিফৰ্ম্ম্-জনকে        ঘোষণা কৰিলে
::জিলাই ৰ্জিলাই যাকে
:::::::::জিলাই ৰ্জিলাই যাকে
অধিক প্ৰজাই        ভোট দি বাছিব
:::::::অধিক প্ৰজাই        ভোট দি বাছিব
::ৰিফৰ্ম্মে বৰিব তাকে।
:::::::::ৰিফৰ্ম্মে বৰিব তাকে।
পণ শুনি লৈ        প্ৰত্যেকে ভাবিলে,
:::::::পণ শুনি লৈ        প্ৰত্যেকে ভাবিলে,
::তেৱেঁই মাৰিলে দাও,
:::::::::তেৱেঁই মাৰিলে দাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:গোটেই দেশত হ’ল হুলস্থুল,
::::::::গোটেই দেশত হ’ল হুলস্থুল,
:ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
::::::::ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
দুৱাৰে দুৱাৰে        ভোট্-ভোটনি মাথোঁ,
:::::::দুৱাৰে দুৱাৰে        ভোট্-ভোটনি মাথোঁ,
::ৰাইজ, মোক দিয়াঁ ভোট্,
:::::::::ৰাইজ, মোক দিয়াঁ ভোট্,
নিশ্চয় বোৱাম        গোটেই দেশত
:::::::নিশ্চয় বোৱাম        গোটেই দেশত
::উন্নতিৰ নতুন সোঁত।
:::::::::উন্নতিৰ নতুন সোঁত।
ভোটৰ কাৰণে        বক্তৃতা জুৰিলে
:::::::ভোটৰ কাৰণে        বক্তৃতা জুৰিলে
::গোঁফত দি দি তাও;
:::::::::গোঁফত দি দি তাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:ভোটৰ নিমিত্তে টঙনা-টঙনি,
::::::::ভোটৰ নিমিত্তে টঙনা-টঙনি,
:কত ভোজ-ভাত, ইননি-বিননি।
::::::::কত ভোজ-ভাত, ইননি-বিননি।
পাহাৰী ভোটক        তলত পেলালে
:::::::পাহাৰী ভোটক        তলত পেলালে
::ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
:::::::::ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
য’তেই ৰূপহী        ত’তেই ইদৰে
:::::::য’তেই ৰূপহী        ত’তেই ইদৰে
::কন্দলে খোপনি পোতে।
:::::::::কন্দলে খোপনি পোতে।
ভোটৰ কাৰণে        প্ৰাৰ্থীসকলে
:::::::ভোটৰ কাৰণে        প্ৰাৰ্থীসকলে
::প্ৰথমে দেখিলে গাওঁ;
:::::::::প্ৰথমে দেখিলে গাওঁ;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:জিলাই জিলাই নোৱাই-ধুৱাই
::::::::জিলাই জিলাই নোৱাই-ধুৱাই
:দিলে একোজন ভোটে উলিয়াই;
::::::::দিলে একোজন ভোটে উলিয়াই;
বৰ-বেশ পিন্ধি        ৰমক্ জমক
:::::::বৰ-বেশ পিন্ধি        ৰমক্ জমক
::ভেমত ওফন্দিল হিয়া;
::ভেমত ওফন্দিল হিয়া;
পাঁচ পাণ্ডৱৰ        পৰিণয় যথা
:::::::পাঁচ পাণ্ডৱৰ        পৰিণয় যথা
::হ’ল ৰিফৰ্ম্মৰ বিয়া।
:::::::::হ’ল ৰিফৰ্ম্মৰ বিয়া।
ঢোল খোল পেঁপা        বাজিল সঘনে
:::::::ঢোল খোল পেঁপা        বাজিল সঘনে
::আকাশত উঠিল ৰাও,-
:::::::::আকাশত উঠিল ৰাও,-
ধিনিকি ধিন্দাও        ধিনিকি ধিন্দাও
:::::::ধিনিকি ধিন্দাও        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
:::::::::ধিনিকি ধিন্দাও দাও।




:বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
::::::::বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
:নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
::::::::নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
ওলাল সকলো        ৰাইজৰ ধনেৰে
:::::::ওলাল সকলো        ৰাইজৰ ধনেৰে
::নিজৰ জোলোঙা ভৰি,
:::::::::নিজৰ জোলোঙা ভৰি,
ৰেল জাহাজতে        ফুৰিলে বগাই
:::::::ৰেল জাহাজতে        ফুৰিলে বগাই
::হনিমুন্ এনজয় কৰি।
:::::::::হনিমুন্ এনজয় কৰি।
ভেবা লাগি ৰ’ল        ভোটাৰসকল
:::::::ভেবা লাগি ৰ’ল        ভোটাৰসকল
::দেখি মেম্বৰৰ ভাও;
:::::::::দেখি মেম্বৰৰ ভাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও ।
:::::::::ধিনিকি ধিন্দাও দাও ।


:লাহ-বিলাহৰ ন ন সাজ কৰি
::::::::লাহ-বিলাহৰ ন ন সাজ কৰি
:দিওঁতে নতুন গহনা-গাঁঠৰি,
::::::::দিওঁতে নতুন গহনা-গাঁঠৰি,
ভাৰে ভাৰে ধন        কেনিবা উৰিল,
:::::::ভাৰে ভাৰে ধন        কেনিবা উৰিল,
::ভঁৰাল উদং হ’ল;
:::::::::ভঁৰাল উদং হ’ল;
ৰূপহীৰ মন        যোগাওঁতে
:::::::ৰূপহীৰ মন        যোগাওঁতে
::পোতৰ টকাও গ’ল।
:::::::::পোতৰ টকাও গ’ল।
যিমানেই হ’ল        ধনৰ নাটনি
:::::::যিমানেই হ’ল        ধনৰ নাটনি
::ৰিফৰ্ম্মৰ চৰিল ভাও,
:::::::::ৰিফৰ্ম্মৰ চৰিল ভাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
:::::::বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও॥
:::::::::ধিনিকি ধিন্দাও দাও॥




:গতি-গোত্ৰ দেখি কোনোবা হতাশ,
::::::::গতি-গোত্ৰ দেখি কোনোবা হতাশ,
:কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
::::::::কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
কোনোৱে কৈছে,        “নালাগে ইজনী,
:::::::কোনোৱে কৈছে,        “নালাগে ইজনী,
::খেদোৱাঁ চুলিত ধৰি,”
:::::::::খেদোৱাঁ চুলিত ধৰি,”
কোনোৱে কৈছে        “ৰিফৰ্ম্মক ৰাখিম
:::::::কোনোৱে কৈছে        “ৰিফৰ্ম্মক ৰাখিম
::বুকুৰ বান্ধৈ কৰি।”
:::::::::বুকুৰ বান্ধৈ কৰি।”
কোনোৱে কৈছে,        “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
:::::::কোনোৱে কৈছে,        “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
::ভেঁটিত গজিব লাও,
:::::::::ভেঁটিত গজিব লাও,
শত্ৰুৱে বজাব        ধিনিকি ধিন্দাও
:::::::শত্ৰুৱে বজাব        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।”
:::::::::ধিনিকি ধিন্দাও দাও।”


[[শ্ৰেণী:কবিতা]]
[[শ্ৰেণী:কবিতা]]

০৯:০৬, ১৯ ফেব্ৰুৱাৰী ২০১৩ অনুযায়ী বৰ্তমান সংস্কৰণ



ৰিফৰ্ম্ম্ সুন্দৰী
ইণ্ডিয়া অফিচৰ কমাৰ-শালত
বিলাতী ধাতুৰ বিলাতী পাগত
গঢ়িলে ৰূপহী        মণ্টেগু চেমছফৰ্ড
দুজনে হাতুৰী পিটি;
সুন্দ-ঊপসুন্দ        বধৰ কাৰণে
তাহানি গঢ়িছিল যিটি।
ৰিফৰ্ম্ম্ সুন্দৰী        নামেৰে ৰূপহী
ওলাল দিবলৈ ভাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
ডঁহা চকুযুৰি দেখি গুচে দুখ,
মুগা চুলিটাৰ        কেঁকোৰা-কেকুৰি
বতাহত ধেমালি কৰে,
ইন্দ্ৰধনু যেন        আঁচলখনিয়ে
চকু জাল মাৰি ধৰে ।
ৰূপহীক লৈ        শিয়ান বাঢ়ৈয়ে
সাগৰত মেলিলে নাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
ঢৌ তুলি তুলি খলক লগাই,
ৰমক-জমক্        আঁচল উৰাই
উজাই আহিল ধীৰে,
সাগৰৰ পাৰ        কঁপাই তুলিলে
দৰ্শক-মণ্ডলীৰ ভিৰে ।
“ৰিফৰ্ম্ম্ আহিছে”        “ৰিফৰ্ম্ম্ আহিছে”
চৌপাশে উঠিল ৰাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
মজিল কতনা, তাৰ সীমা নাই,
শিয়াল-কঁটহীয়া        চুমাৰ-লোভত
কতই এৰিল ভাত;
প্ৰেমৰ ৰসেৰে        হূদয় ভৰিল,
হৰিল মুখৰ মাত ।
কাৰ্য্য-সিদ্ধি দেখি        যুগল বাঢ়ৈয়ে
ভাৰতত চপালে নাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


আঁতৰি পলাল সন্দেহীৰ দল,
চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
ৰিফৰ্ম্মে হাঁহিলে        মিচিকি মিচিকি
গপতে আপোন মনে,
চেনেহ-চুমাৰ        টপাটপ্ আৱাজত
ধুমুহা উঠিল ঘনে ।
নগৰে নগৰে        সুন্দৰী ৰিফৰ্ম্মে
চলালে সবুট পাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও ।


ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
ৰিফৰ্ম্ম্-জনকে        ঘোষণা কৰিলে
জিলাই ৰ্জিলাই যাকে
অধিক প্ৰজাই        ভোট দি বাছিব
ৰিফৰ্ম্মে বৰিব তাকে।
পণ শুনি লৈ        প্ৰত্যেকে ভাবিলে,
তেৱেঁই মাৰিলে দাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


গোটেই দেশত হ’ল হুলস্থুল,
ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
দুৱাৰে দুৱাৰে        ভোট্-ভোটনি মাথোঁ,
ৰাইজ, মোক দিয়াঁ ভোট্,
নিশ্চয় বোৱাম        গোটেই দেশত
উন্নতিৰ নতুন সোঁত।
ভোটৰ কাৰণে        বক্তৃতা জুৰিলে
গোঁফত দি দি তাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


ভোটৰ নিমিত্তে টঙনা-টঙনি,
কত ভোজ-ভাত, ইননি-বিননি।
পাহাৰী ভোটক        তলত পেলালে
ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
য’তেই ৰূপহী        ত’তেই ইদৰে
কন্দলে খোপনি পোতে।
ভোটৰ কাৰণে        প্ৰাৰ্থীসকলে
প্ৰথমে দেখিলে গাওঁ;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


জিলাই জিলাই নোৱাই-ধুৱাই
দিলে একোজন ভোটে উলিয়াই;
বৰ-বেশ পিন্ধি        ৰমক্ জমক
ভেমত ওফন্দিল হিয়া;
পাঁচ পাণ্ডৱৰ        পৰিণয় যথা
হ’ল ৰিফৰ্ম্মৰ বিয়া।
ঢোল খোল পেঁপা        বাজিল সঘনে
আকাশত উঠিল ৰাও,-
ধিনিকি ধিন্দাও        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।


বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
ওলাল সকলো        ৰাইজৰ ধনেৰে
নিজৰ জোলোঙা ভৰি,
ৰেল জাহাজতে        ফুৰিলে বগাই
হনিমুন্ এনজয় কৰি।
ভেবা লাগি ৰ’ল        ভোটাৰসকল
দেখি মেম্বৰৰ ভাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও ।


লাহ-বিলাহৰ ন ন সাজ কৰি
দিওঁতে নতুন গহনা-গাঁঠৰি,
ভাৰে ভাৰে ধন        কেনিবা উৰিল,
ভঁৰাল উদং হ’ল;
ৰূপহীৰ মন        যোগাওঁতে
পোতৰ টকাও গ’ল।
যিমানেই হ’ল        ধনৰ নাটনি
ৰিফৰ্ম্মৰ চৰিল ভাও,
বাজিল বাদ্য        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও॥


গতি-গোত্ৰ দেখি কোনোবা হতাশ,
কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
কোনোৱে কৈছে,        “নালাগে ইজনী,
খেদোৱাঁ চুলিত ধৰি,”
কোনোৱে কৈছে        “ৰিফৰ্ম্মক ৰাখিম
বুকুৰ বান্ধৈ কৰি।”
কোনোৱে কৈছে,        “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
ভেঁটিত গজিব লাও,
শত্ৰুৱে বজাব        ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।”