সৌন্দৰ্য্য আৰু কবি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
No edit summary
সজ্জা আদি
১ নং শাৰী: ১ নং শাৰী:
{{header
গণেশ গগৈ
| title = গণেশ গগৈ
(১৯০৭- ১৯৩৮)
| author = গণেশ গগৈ

| translator =
| section =
| previous =
| next =
| year = ১৯০৭- ১৯৩৮
| portal =
| wikipedia = গণেশ গগৈ
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
<poem>
সৌন্দৰ্য্য,
সৌন্দৰ্য্য,
কত আভা, কত প্ৰভা, মনোলোভা
কত আভা, কত প্ৰভা, মনোলোভা
২৬ নং শাৰী: ৪৫ নং শাৰী:
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !
<poem/>

১৯:৫৮, ৩১ জানুৱাৰী ২০১৩ৰ সংস্কৰণ



<poem> সৌন্দৰ্য্য,

    কত আভা, কত প্ৰভা, মনোলোভা
                             মনোৰমা,
    কত কবি, কত ছবি, যাচে চুমা
                             নিৰুপমা,
    কত অলি, পৰি ঢলি, প্ৰাণ – ঢালি
                             প্ৰেমে পমা,
    মাতে সখি, আছোঁ ৰখি, আঁহা প্ৰিয়ে
                             প্ৰিয়তমা!

- ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই ফুটুকা ফুলতো দেহি ফেঁটী সাপ পায় ।।


কবি,

    শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ
                             প্ৰেমে পূৰ;
    হে চতুৰ, কাব্যচোৰ, কিয় টোকা
                             চকুলোৰ?
    সৌ হিৰণ, ঢৌ-কিৰণ, মৌ-মিলন
                             নোহে দূৰ,
    ত্যাজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি
                             স্বৰ্গপূৰ ।
- নোৱাৰা সাধিব কবি সৌন্দৰ্য্য নাশ,
সৌন্দৰ্য্য আপুনি হ’ব আপুনি প্ৰকাশ !