কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
Content deleted Content added
No edit summary
transcluding
৬ নং শাৰী: ৬ নং শাৰী:
| section =
| section =
| previous =
| previous =
| next = [[কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/প্ৰস্তাবনা|প্ৰস্তাবনা]]
| next =
| notes =
| notes =
}}
}}
{{Default layout|Layout 2}}
{{Default layout|Layout 2}}
<pages index="কমতাপুৰ ধ্বংস কাব্য.djvu" from=1 to=301 />
<pages index="কমতাপুৰ ধ্বংস কাব্য.djvu" from=1 to=1 />
{{page break|label=}}
<pages index="কমতাপুৰ ধ্বংস কাব্য.djvu" from=2 to=2 />
{{page break|label=}}
<pages index="কমতাপুৰ ধ্বংস কাব্য.djvu" from=3 to=3 />
{{page break|label=}}
<pages index="কমতাপুৰ ধ্বংস কাব্য.djvu" from=5 to=5 />



{{PD-India}}
{{PD-India}}

১৫:৪৯, ১ মাৰ্চ ২০১৯ৰ সংস্কৰণ

[  ]

কমতাপুৰ ধ্বংস কাব্য
আৰু
বিৰহিণী বিলাপ কাব্য৷



কমতাপুৰ ধ্বংস কাব্য (page 1 crop)
কমতাপুৰ ধ্বংস কাব্য (page 1 crop)


শ্ৰীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত।
যোৰহাট, আসাম



সন ইং ১৯১২


মূল্য পকা বন্ধা ১৸৹ সাত মহা। কেচা বন্ধা ১।৵৹ পাঁচ মহা দুঅনা

[  ]

⸺⸺⸺⸺

১৫৫ নং ********** কলিকাতা

মোছলেম প্ৰেছ

শ্ৰীনজিৰুদ্দিন আহমেদৰ দ্বাৰা

ছপা কৰা হল।

⸺⸺⸺⸺

[  ]

কমতাপুৰ ধ্বংশ
(কাব্য)।


“Hold fast thy truth, Young Soldier.
Gentle Maiden, keep you your
promise, plight leave age
its subtleties.’’
⸺⸺The Trial.

কমতাপুৰ ধ্বংস কাব্য (page 3 crop)
কমতাপুৰ ধ্বংস কাব্য (page 3 crop)


শ্রীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত।
যোৰহাট, আসাম।

[  ]

সমৰ্পণ।
“Dear Mother, let thy tender care
Be graven on my heart.’’
  ⸻Anonymous

   মৰমৰ আইতা,

তোমাৰ স্নেহৰ ইটো নহয় সুজনি;
"কমতাৰ ধ্বংশ” মাথোঁ পুৰণি কালৰ।
আভা মাত্ৰ সোঁৱৰণি। ই যে বনফুল,
তলসৰা ফুলে গথাঁ মালা পলাশৰ;
তোমাক যদিও দিওঁ হাৰ সুবৰ্ণৰ
মণি মুক্তাময় মালা গজ মুকুতাৰ।
ধম ৰত্ন হীৰকাদি, হয় কি সুজনি
বাৎসল্য স্নেহৰ মাতৃ?—স্নেহৰ তোমাৰ?
সকলো কৰিব পাৰে,—শুনা নাই ক'তো
ঋণমুক্ত হয় পুত্ৰ সুজি মাতৃ-ঋণ!
নহয় “কমতা’’ মোৰ নহয় সুজনি,
মাতৃ ভকিতৰ মাথোঁঁ আভা মাত্ৰ চিন॥
সাদৰে হাতত তুলি লোৱা মালাধাৰ,
হৰষিত হ’ব সৰুমইনা তোমাৰ।
    ⸻সৰুমইনা।

   ইতি। ১লা জানুৱাৰী ১৮৯৯।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )