শ্ৰীমদ্ভগৱদগীতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
১৩ নং শাৰী: | ১৩ নং শাৰী: | ||
* [[শ্ৰীমদ্ভগৱদগীতা/প্রথম অধ্যায় – অৰ্জুন বিষাদযোগ|প্ৰথম অধ্যায় – অৰ্জুন বিষাদযোগ]] |
* [[শ্ৰীমদ্ভগৱদগীতা/প্রথম অধ্যায় – অৰ্জুন বিষাদযোগ|প্ৰথম অধ্যায় – অৰ্জুন বিষাদযোগ]] |
||
শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৄষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | |
|||
ধৄতৰাষ্ট্ৰ উৱাচ - |
|||
::ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ: | |
|||
::মামকা: পান্ডৱাশ্চৈব কিমকুৰ্ব্বত সঞ্জয় || ১ |
|||
ধৄতৰাষ্ট্ৰই সুধিলে - হে সঞ্জয় ! দুৰ্যোধন আদি মোৰ লৰাহঁতে আৰু পান্ডৱহঁতে ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰত গোটখাই কি কৰিছে ? |
|||
সঞ্জয় উৱাচ - |
|||
::দৄষ্ট্বা তু পান্ডৱানীকং ৰূঢ়ং দুৰ্যোধনস্তদা | |
|||
::আচাৰ্য্যমুপসঙ্গম্য ৰাজা বচনমব্ৰবীৎ || ২ |
|||
সঞ্জয়ে উত্তৰ দিলে - পান্ডৱ সেন্যসকলক বেহু ৰচনা কৰি য়ুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্য্যৰ ওচৰলৈ গৈ ক’লে || |
|||
::পাশ্যৈতাং পান্ডুপুত্ৰাণামাচাৰ্য্য মহতীং চমূম | |
|||
::ব্যুঢ়াং দ্ৰুপদপুত্ৰেণ তৱ শিষ্যেণ ধীমতা || ৩ |
|||
হে গুৰুদেৱ ! আপোনাৰ ধীমান শিষ্য দ্ৰুপদ নন্দন ধৄষ্টদ্যুম্ন ৰচিত বেহুত সুৰক্ষিত হৈ থকা পান্ডৱৰ বিপুল সৈন্যবাহিনীক লক্ষ্য কৰক | |
|||
::অত্ৰ শুৰা মহেষৄসা ভীমাৰ্জ্জুনসমা যুধি | |
|||
::যুযুধানো বিৰাটশ্চ ধ্ৰুপদশ্চ মহাৰথ: || ৪ |
|||
::ধৄষ্টকেতুশ্চেকিতান: কাশীৰাজশ্চ বীৰ্য্যবান | |
|||
::পুৰুজিত কুন্তিভোজশ্চ শৈৱ্যশ্চ নৰপুঙ্গব: || ৫ |
|||
::যুধামন্যুশ্চ বিক্ৰান্ত উত্তমৌজাশ্চ বীৰ্য্যবান | |
|||
::সৌভদ্ৰো দ্ৰৌপদেয়াশ্চ সৰ্ব্ব এৱ মহাৰথা: || ৬ |
|||
এই সৈন্যসকলৰ মাজত যুদ্ধত ভীম অৰ্জ্জুনৰ সমকক্ষ্ এইসকল বীৰ আছে, যেনে - যুযুধান (সাত্যকি), বিৰাট, মহাৰথী দ্ৰুপদ, বীৰ্য্যবান ধৄষ্টকেতু, চেতিকান কাশীৰাজ, নৰশ্ৰেষ্ঠ পুৰুজিত, কুন্তিভোজ, শৈব্য, মহাবিক্ৰমী যুধামন্যু, প্ৰৱল পৰাক্ৰমী উত্তমৌজা, সুভদ্ৰানন্দন অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰসকল | এওঁলোক সকলোৱেই একো একোজন মহাৰথী | |
|||
::আস্মাকং তু বিশিষ্টা যে তান্নিবোধ দ্বিজোত্তম | |
|||
::নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থং তানব্ৰবীমি তে || ৭ |
|||
হে দ্বিজোত্তম, আমাৰ পক্ষত যিসকল বিশিষ্ট বীৰে সৈন্য পৰিচালনা কৰিছে তেওঁলোকৰো নাম আপোনাক কৈ যাওঁ | |
|||
::ভৱান ভীমশ্চ কৰ্ণশ্চ কৄপশ্চ সমিতিঞ্জয়: | |
|||
::অশ্বত্থামা বিকৰ্ণশ্চ সোমদত্তিৰ্জয়দ্ৰথ: || ৮ |
|||
আপুনি স্বয়ং আৰু পিতামহ ভীষ্ম, কৰ্ণ, কৄপাচাৰ্য্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত, ভূৰিশ্ৰবা আৰু জয়দ্ৰথ | |
|||
::আন্যে চ বহৱ: শুৰা মদৰ্থে ত্যক্তজীবিতা: | |
|||
::নানাশস্ত্ৰপ্ৰহৰণা: সৰ্ব্বে যুদ্ধবিশাৰদা: || ৯ |
|||
এইসকলৰ উপৰিও (শল্য, কৄতবৰ্মা, ত্ৰিগৰ্ত, ভগদত্ত, বাহিলক) নানা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ অনেক মহাবীৰে মোৰ হকে প্ৰাণ পৰ্য্যন্ত বিসৰ্জ্জন দিবলৈ স্স্জু হৈ আহিছে | |
|||
::অপৰ্য্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম | |
|||
::পৰ্য্যাপ্তং ত্বিদমেতেষাং বলং ভীমাভিৰক্ষিতম || ১০ |
|||
পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত আৰু পৰিচালিত আমাৰ সৈন্য সংখ্যাত অনেক, কিন্তু ভীম পৰিচালিত পান্ডৱ সৈন্য সংখ্যাত কম | |
|||
(পান্ডৱৰ সৈন্য আছিল ৭ অক্ষৌহিণী আৰু কৌৰৱৰ আছিল ১১ অক্ষৌহিণী | ১০৯৩৫০ পদাতিক + ৬৫৬১০ ঘোঁৰা + ২১৮৭০ ৰথ + ২১৮৭০ হাতী = ১ অক্ষৌহিণী |
|||
::অয়নেষু চ সৰ্ব্বেষু যথাভাগমৱস্থিতা: | |
|||
::ভীষ্মমেৱাভিৰক্ষন্ত্ত ভবন্ত: সৰ্ব্ব এৱ হি || ১১ |
|||
আপোনালোক সকলোৱে বেহুৰ সন্মুখত নিজ নিজ স্থান অধিকাৰ কৰি ভীষ্মক ৰক্ষা কৰক, কাৰন ভীষ্মৰ ওপৰতে আমাৰ জয়-পৰাজয় নিৰ্ভৰ কৰিছে | |
|||
::তস্য সংজনয়ন হৰ্ষং কুৰুবৄদ্ধ: পিতামহ: | |
|||
::সিংহনাদং বিনদ্যোচ্চৈ: শঙ্খং দধমৌ প্ৰতাপৱান || ১২ |
|||
কুৰুবৄদ্ধ: পিতামহ ভীষ্মই দুৰ্য্যোধনৰ হৰ্ষ বৄদ্ধি কৰিবলৈ শঙ্খধ্বনি আৰু সিংহনাদ কৰিলে | |
|||
::তত: শঙ্খাশ্চ ভেৰ্য্যশ্চ পণৱানকগোমুখা: | |
|||
::সহসৈৱাভ্যহন্যম্ত স শব্দস্তুমুলোহভৱৎ || ১৩ |
|||
তাৰ পিছত শঙ্খধ্বনি, ৰণভেৰি আদি নানা ৰণবাদ্যৰ ধ্বনিত এক তুমুল পৰিৱেশৰ সৄষ্টি হ’ল | |
|||
::তত: শ্চেতৈৰ্হয়ৈৰ্যুক্তে মহতি স্যন্দনে স্থিতৌ | |
|||
::মাধব: পান্ডৱশ্চৈৱ দিব্যৌ শঙ্খৌ প্ৰদধম্তু: || ১৪ |
|||
তেতিয়া বগা ঘোঁৰাই টনা এখন বিশাল ৰথত অৱস্থিত শ্ৰীকৄষ্ণ আৰু অৰ্জ্জুনেও নিজ নিজ শঙ্খত ফুঁ দিলে | |
|||
::পাঞ্চজন্যং হৄষীকেশো দেৱদত্তং ধনঞ্জয়: | |
|||
::পৌণ্ডং দধমৌ মহাশঙ্খং ভীমকৰ্ম্মা বৄকোদৰ: || ১৫ |
|||
শ্ৰীকৄষ্ণই পাঞ্চজন্য, অৰ্জ্জুনে দেৱদত্ত, মহাশক্তিশালী ভীমে পৌন্ড্ৰ নামৰ মহাশঙ্খ বাদন কৰিলে | |
|||
::অনন্তবিজয়ং ৰাজা কুন্তীপুত্ৰো যুধিস্থিৰ: | |
|||
::নকুল: সহদেৱশ্চ সুঘোষমণিপুষ্পকৌ || ১৬ |
|||
কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় আৰু নকুল-সহদেৱে গুৰু-গম্ভীৰ মাতৰ সুঘোষ আৰু মণিপুষ্পক নামৰ শঙ্খ বজালে | |
|||
::কাশ্যশ্চ পৰমেষ্বাস: শিখণ্ডী চ মহাৰথ: | |
|||
::ধৄষ্টদ্যুম্নো বিৰাটশ্চ সাত্যকিশ্চাপৰাজিত: || ১৭ |
|||
::দ্ৰুপদো দ্ৰৌপদেয়াশ্চ সৰ্ব্বশ: পৄথিৱীপতে | |
|||
::সৌভদ্ৰশ্চ মহাবাহু: শঙ্খান দধমু: পৄথক পৄথক ||১৮ |
|||
মহাধনুৰ্দ্ধৰ কাশীৰাজ, মহাৰথী শিখন্ডী, ধৄষ্টদ্যুম্ন, বিৰাট, অপৰাজেয় সাত্যকি, দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰসকল, সুভদ্ৰানন্দন মহাবাহু অভিমণ্যু, সকলো বীৰেই নিজ নিজ শঙ্খ বজাবলৈ ধৰিলে | |
|||
::স ঘোষো ধাৰ্ত্তৰাষ্ট্ৰাণাং হৄদয়ানি ব্যাদাৰয়ৎ |
|||
::নভশ্চ পৄথিৱীঞ্চঐৱ তুমুলোতভ্যনুনাদয়ন || ১৯ |
|||
এই শঙ্খৰ শব্দই পৄথিৱী আৰু নভোমন্ডল খলক লগাই ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলৰ মনত ত্ৰাসৰ সৄষ্টি কৰিলে | |
|||
::অথ ব্যৱস্থিতান দৄষ্টা ধাৰ্ত্তৰাষ্টান কপিধ্বজ: | |
|||
::প্ৰবৄত্তে শস্ত্ৰসম্পাতে ধনুৰুদ্যম্য পান্ডৱ: | |
|||
::হৄষীকেশং তদা বাক্যমিদমাহ মহীপতে || ২০ |
|||
কৌৰৱসকলক যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি শৰ সন্ধানৰ বাবে হাতত গান্ডীৱ তুলি লৈ কপিধ্বজ অৰ্জ্জুনে শ্ৰীকৄষ্ণক কলে - |
|||
অৰ্জ্জুন উৱাচ - |
|||
::সেনয়োৰুভয়োৰ্মধ্যে ৰথং স্থাপয় মেত চ্যুত || ২১ |
|||
::যাৱদেতান্নিৰীক্ষেত হং যোদ্ধুকামানৱস্থিত্ন | |
|||
::কৈৰ্ম্ময়া সহ যোদ্ধব্যমস্মিন ৰণসমুদ্যমে || ২২ |
|||
অৰ্জ্জুনে কলে - হে অচ্যুত, এই যুদ্ধত মই কাৰ কাৰ সৈতে যুঁজ কৰিব লাগিব তাক যাতে চাই লব পাৰো, সেয়ে উভয় সৈন্যদলৰ মাজলৈ মোৰ ৰথ লৈ ব’লা | |
|||
::য়োৎস্যমানানবেক্ষৎ হং য এতেৎত্ৰ সমাগতা: | |
|||
::ধাৰ্তৰাষ্ট্ৰস্য দুৰ্ব্বুদ্ধেৰ্যুদ্ধে প্ৰিয়চিকীৰ্যৱ: || ২৩ |
|||
দুষ্টবুদ্ধি দুৰ্য্যোধনৰ প্ৰিয় কাৰ্য্য সাধনত সহায় হ’বলৈনো কোন কোন আহিছে মই তাকো যাতে ভালকৈ চাই লব পাৰো | |
|||
সঞ্জয় উৱাচ - |
|||
::এৱমুক্তো হৄষীকেশো গুড়াকেশেন ভাৰত | |
|||
::সেনয়োৰুভয়োৰ্ম্মধ্যে স্থাপয়িত্বা ৰথোত্তমম || ২৪ |
|||
::ভীষ্মদ্ৰোণপ্ৰমুখত: সৰ্ব্বেষাঞ্চ মহীক্ষিতাম | |
|||
::উৱাচ পাৰ্থ পশ্চৈতান সমৱেতান কুৰূনিতি || ২৫ |
|||
সঞ্জয়ে কলে - হে মহাৰাজ, জিতেন্দ্ৰিয় অৰ্জ্জুনে এইদৰে কোৱাত শ্ৰীকৄষ্ণই উভয় সেনাদলৰ মাজত ভীষ্ম, দ্ৰোণ আৰু অন্যান্য ৰজাসকলৰ সন্মুখত সেই উত্তম ৰথখন ৰখাই কলে - "হে পাৰ্থ, এই সমবেত কৌৰৱ সেনানীসকলক চোৱা" | |
|||
::তত্ৰাপশ্চাৎ স্থিতান পাৰ্থ: পিতৄনথ পিতামহান | |
|||
::আচাৰ্য্যম্মাতুলান ভ্ৰাতৄন পুত্ৰান পৌত্ৰান সখীংস্তথা || |
|||
::শ্বশু ৰান সুহৄসশ্চৈৱ সেনয়োৰুভয়োৰপি || ২৬ |
|||
অৰ্জ্জুনে তেতিয়া উভয় সৈন্যদলৰ ভিতৰত পিতামহ, পিতৃস্থানীয়, খুড়াক, আচাৰ্য্য, মাতুল, ভাই, ককাই, পো, নাতি, শহুৰ, ইষ্টমিত্ৰ, কুটুম্ব আদিক দেখা পালে | |
|||
::তান সমীক্ষ্য স কৌন্তেয়: সৰ্ব্বান বন্ধু নৱস্থিতান | |
|||
::কৄপয়া পৰয়াবিষ্টো বিষীদন্নিদমব্ৰবীৎ || ২৭ |
|||
সকলো বন্ধু-বান্ধৱ, ইষ্টকুটুম্ব আদি আহি পৰস্পৰে যুদ্ধ কৰিবলৈ উদ্যত হোৱা দৃশ্যত দয়া পৰৱশ অৰ্জ্জুনে শোকাকুল হৈ কবলৈ ধৰিলে | |
|||
অৰ্জ্জুন উৱাচ - |
|||
::দৄষ্ট্বেমান স্বজনান কৄষ্ণ যুযুৎসুন সমৱস্থিতান | |
|||
::সীদন্তি মম হাত্ৰাণি মুখঞ্চ পৰিশুষ্যতি || ২৮ |
|||
অৰ্জ্জুনে কলে - হে কৃষ্ণ, পৰস্পৰে যুদ্ধ কৰিবলৈ গোট খোৱা আপোন মানুহবোৰ দেখি মোৰ গোটেই শৰীৰ অৱশ হৈ পৰিছে আৰু মুখ শুকাই গৈছে | |
|||
::বেপথুশ্চ শৰীৰে মে ৰোমহৰ্ষশ্চ জায়তে | |
|||
::গান্ডীৱং স্ৰংসতে হস্তাং ত্বক চৈৱ পৰিদহ্যতে || ২৯ |
|||
মোৰ শৰীৰত কঁপনি উঠিছে | নোমবিলাক শিয়ঁৰি উঠিছে | হাতৰ গান্ডীৱ ধনু খহি পৰিছে আৰু গাত পোৰণি উঠিছে | |
|||
::ন চ শক্লোম্যৱস্থাতুং ভ্ৰমতীৱ চ মে মন: | |
|||
::নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ || ৩০ |
|||
হে কেশৱ, মই অস্থিৰ হৈ পৰিছো আৰু নমৰ ভ্ৰম ঘটিছে | মই অনেক ৰকমৰ কুলক্ষণ দেখা পাইছো | |
|||
::ন চ শ্ৰেয়োৎনুপশ্যামি হত্বা স্বজনমাহৱে | |
|||
::ন কাঙেক্ষ বিজয়ং কৄষ্ণ ন চ ৰাজ্যং সুখানি চ || ৩১ |
|||
যুদ্ধত আত্মীয় স্বজনক বধ কৰি একো মঙ্গল নহয় | মই জয়ী হ’বলৈকো নিবিচাৰো, ৰাজ্য আৰু সুখ ভোগো নালাগে | |
|||
::কিং নো ৰাজ্যেন গোবিন্দ কিং ভোগৈৰ্জীৱিতেন বা | |
|||
::যেষামৰ্থে কাঙিক্ষতং নো ৰাজ্যং ভোগা: সুখানি চ || ৩২ |
|||
::ত ইমেৎ ৱস্থিতা যুদ্ধে প্ৰাণাংস্ত্যক্ত্বা ধনানি চ | |
|||
::আচাৰ্য্যা: পিতৰ: পুত্ৰাস্তথৈৱ চ পিতামহা: | |
|||
::মাতুলা: শ্বশুৰা: পৌত্ৰা: শ্যালা: সম্বন্ধিনস্তথা || ৩৩ |
|||
::এতান্ন হস্তমিচ্ছামি ঘ্নাতোৎপি মধুসুদন | |
|||
::অপি ত্ৰৈলোক্যৰাজ্যস্য হেতো: কিং নু মহীকৄতে || ৩৪ |
|||
হে গোবিন্দ, যাৰ কাৰনে ৰাজ্যসম্পদ, সুখ, ভোগ আদি কামনা কৰো, সেই গুৰুজন, পিতৃ-পিতামহ, ভাই-ককাই, মোমাই, শহুৰ, পুত্ৰ, নাতি, মিতিৰ, কুটুম্ব, সেই সকলোৱে ধন প্ৰাণ বিসৰ্জন দি যুদ্ধ কৰিবলৈ আহিছে | আমাৰ ৰাজ্যৰে বা প্ৰয়োজন কি ? জীৱনৰে বা প্ৰয়োজন কি ? |
|||
হে মধুসুধন, এওঁলোকে আমাক বধ কৰিলেও, পৃথিৱী লাভৰ কাৰণে যে নকৰোৱেই, তিনিওলোকৰ ৰাজত্ব লাভৰ কাৰনেও মই যুদ্ধ নকৰো | ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে আমাৰ কি সুখ হব ? |
|||
::নিহত্য ধাৰ্ত্তৰাষ্ট্ৰান ন: কা প্ৰীতি: স্যাজ্জনাৰ্দ্দন | |
|||
::পাপমেৱাশ্ৰয়েদস্মান হত্বৈতানাততায়িন: || ৩৫ |
|||
::তস্মান্নাৰ্হা: বয়ং হন্তুং ধাৰ্ত্তৰাষ্ট্ৰান স্ববান্ধবান | |
|||
::স্বজনং হি কথং হত্বা সুখিন: শ্যাম মাধৱ || ৩৬ |
|||
এওঁলোক আততায়ী হলেও সবান্ধৱে ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে পাপেহে চুব | এওঁলোক আমাৰ আপোনজন - গতিকে বধ কৰিনো কি সুখ পাম ? |
|||
::যদ্যপ্যেতে ন পশ্যন্তি লোভোপহতচেতস: | |
|||
::কুলক্ষয়কৄতং দোষং মিত্ৰদ্ৰোহে চ পাতকম || ৩৭ |
|||
::কথং ন জ্ঞেয়মস্মাভি: পাপাদস্মান্নিৱৰ্ত্তিতুম | |
|||
::কুলক্ষয়কৄতং দোষং প্ৰপশ্যদ্ভিৰ্জনাৰ্দ্দন || ৩৮ |
|||
যদিও তেওঁলোকে লোভত পৰি হতবুদ্ধি হৈ কুলক্ষয় আৰু মিত্ৰদ্ৰুহৰ পাপ দেখা নাই, কিন্তু আমিতো কুলক্ষয়ৰ দোষ জানো | |
|||
::কুলক্ষয়ে প্ৰণশ্যন্তি কুলধৰ্ম্মা: সনাতনা: | |
|||
::ধৰ্ম্মে নষ্টে কুলং কৄৎস্নমধৰ্ম্মোৎ ভিভৱত্যুত || ৩৯ |
|||
কুলক্ষয় হ’লে সনাতন ধৰ্ম অৰ্থাৎ পৰম্পৰা প্ৰাপ্ত প্ৰচলিত আচাৰ নীতি নাশ হৈ ভ্ৰষ্টাচাৰে সমস্ত কুলধৰ্ম কলুষিত কৰে | |
|||
::অধৰ্ম্মাভিভৱাৎ কৃষ্ণ প্ৰদুষ্যন্তি কুলস্ত্ৰিয়: |
|||
::স্ত্ৰীষু দুষ্টাসু বাৰ্ষ্ণেয় জায়তে বৰ্ণ-সংকৰ: | ৪০ |
|||
হে কৃষ্ণ, বংশত অধৰ্ম্ম সোমালে তিৰোতাবোৰ ব্যাভিচাৰিণী হয় | ব্যাভিচাৰিণী হলে বৰ্ণ সঙ্কৰৰ উত্পত্তি হয় | |
|||
::সঙ্কবো নৰকায়ৈৱ কুলঘ্নানাং চ | |
|||
::পতন্তি পিতৰো হ্যেষাং লুপ্তপিণ্ডোদকক্ৰিয়া || ৪১ |
|||
বৰ্ণ সঙ্কৰবোৰ কুলঘাতীসকলৰ নিজৰ আৰু গোটেই বংশৰ নৰকগামী হোৱাৰ কাৰণ হয় | কাৰণ পিতৄসকলৰ জলপিণ্ড লুপ্ত হৈ নৰক বাস হয় | |
|||
::দোষৈৰেতৈ: কুলঘ্নানাং বৰ্ণসঙ্কৰকাৰকৈ: | |
|||
::উত্সাদ্যন্তে জাতিধৰ্ম্মা: কুলধৰ্ম্মাশ্চ শাশ্চতা: || ৪২ |
|||
কুলঘাতীসকলৰ বৰ্ণ সঙ্কৰ উত্পাদন কৰ্ম্মৰ দোষতে চিৰাচৰিত কুলধৰ্ম্ম আৰু জাতি ধৰ্ম্ম নাশ হয় | |
|||
::উত্সন্নকুলধৰ্ম্মানাং মনুষ্যাণাং জনাৰ্দ্দন | |
|||
::নৰকে নিয়তং বাসো ভবতীত্যনুশুশ্ৰুম || ৪৩ |
|||
হে জনাৰ্দ্দন, আমি শুনিছো যে কুলধৰ্ম্ম নষ্ট হলে চিৰকাল নৰক বাস হয় | |
|||
::অহো বত মহত্ কৰ্ত্তুং ব্যৱসিতা বয়ম | |
|||
::যদ ৰাজ্যসুখলোভেন হন্ত্তুং স্বজনমুদ্যতা: || ৪৪ |
|||
হায় হায়, আমি ৰাজ্য লোভত জ্ঞাতিবধ জনিত মহাপাপ কৰিবলৈ ওলাইছো | |
|||
::যদি মাম প্ৰতীকাৰমশস্ত্ৰং শস্ত্ৰপাণয়: | |
|||
::ধাৰ্ত্ত ৰাষ্ট্ৰা ৰণে হন্যুস্তন্মে ক্ষেমতৰং ভৱেত্ || ৪৫ |
|||
মোক যদি নিৰস্ত্ৰ বা আত্মৰক্ষা কৰিবলৈ কোনো চেষ্টা নকৰা অৱস্থাত কৌৰৱগণে ৰণত বধো কৰে সিও মোৰ কল্যানৰ কাৰণেহে হ’ব | |
|||
সঞ্জয় উৱাচ - |
|||
::এৱমুক্তাৰ্জ্জুন: সঙ্খ্যে বথোপস্থ উপাবিশত্ | |
|||
::বিসৄজ্য সশৰং চাপং শোকসং বিগ্নমানস: || ৪৬ |
|||
সঞ্জয়ে ক’লে - শোক কাতৰচিত্ত অৰ্জ্জুনে এইদৰে নিজৰ হৄদয় বেদনা কৄষ্ণৰ আগত প্ৰকাশ কৰি যুদ্ধক্ষেত্ৰত ধনু-শৰ ত্যাগ কৰি শোকাভিভুত হৈ বিষণ্ণ মনে ৰথৰ ওপৰত বহি পৰিল | |
|||
::::ইতি শ্ৰীমহাভাৰতে শতসাহাস্ৰাং সংহিতায়াং বৈয়াসিক্যাং |
|||
::::ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভগৱদগীতাসুপনিষত্সু ব্ৰক্ষ্ম- |
|||
::::বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুন-সম্বাদে |
|||
::::অৰ্জ্জুনবিষাদযোগো নাম প্ৰথমোত্অধ্যায় | |
|||
************************************************ |
|||
* [[শ্ৰীমদ্ভগৱদগীতা/দ্বিতীয় অধ্যায় – সাংখ্যযোগ|দ্বিতীয় অধ্যায় – সাংখ্যযোগ]] |
* [[শ্ৰীমদ্ভগৱদগীতা/দ্বিতীয় অধ্যায় – সাংখ্যযোগ|দ্বিতীয় অধ্যায় – সাংখ্যযোগ]] |
||
* [[শ্ৰীমদ্ভগৱদগীতা/তৃতীয় অধ্যায় – কৰ্মযোগ|তৃতীয় অধ্যায় – কৰ্মযোগ]] |
* [[শ্ৰীমদ্ভগৱদগীতা/তৃতীয় অধ্যায় – কৰ্মযোগ|তৃতীয় অধ্যায় – কৰ্মযোগ]] |
২০:০১, ৩ জানুৱাৰী ২০১২ৰ সংস্কৰণ
সূচী
- প্ৰথম অধ্যায় – অৰ্জুন বিষাদযোগ
- দ্বিতীয় অধ্যায় – সাংখ্যযোগ
- তৃতীয় অধ্যায় – কৰ্মযোগ
- চতুৰ্থ অধ্যায় – জ্ঞানযোগ
- পঞ্চম অধ্যায় – সন্ন্যাসযোগ
- ষষ্ঠ অধ্যায় – ধ্যানযোগ
- সপ্তম অধ্যায় – জ্ঞানবিজ্ঞানযোগ
- অষ্টম অধ্যায় – অক্ষৰব্ৰহ্মযোগ
- নৱম অধ্যায় – ৰাজযোগ
- দশম অধ্যায় – বিভূতিযোগ
- একাদশ অধ্যায় – বিশ্বৰূপদৰ্শনযোগ
- দ্বাদশ অধ্যায় – ভক্তিযোগ
- ত্রয়োদশ অধ্যায় – ক্ষেত্রক্ষেত্রজ্ঞবিভাগযোগ
- চতুৰ্দশ অধ্যায় – গুণত্ৰয়বিভাগযোগ
- পঞ্চদশ অধ্যায় – পুৰুষোত্তমযোগ
- ষোড়শ অধ্যায় – দৈবাসুৰসম্পদ্বিভাগযোগ
- সপ্তদশ অধ্যায় – শ্ৰদ্ধাত্ৰয়বিভাগযোগ
- অষ্টাদশ অধ্যায় – মোক্ষযোগ
- গীতামাহাত্ম্য