পৃষ্ঠা:ডেচ্দিমোনা কাব্য.djvu/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
দিব্য দত্ত (আলোচনা | বৰঙণি) →মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ডেচ দিমোনা। ১৮ ( ২০ ) নাপাল৷ দেখিব’ তুমি, তোমাৰ শোকত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
দিব্য দত্ত (আলোচনা | বৰঙণি) |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{center|<poem>( ২০ ) |
|||
ডেচ দিমোনা। |
|||
⚫ | |||
১৮ |
|||
⚫ | |||
( ২০ ) |
|||
⚫ | |||
⚫ | |||
সখী-প্রেম-মৰমৰ দেখাই প্ৰমাণ॥ |
|||
⚫ | |||
⚫ | |||
⚫ | |||
সখীপ্রেম-মৰমৰ দেখাই প্ৰমাণ ॥ |
|||
⚫ | |||
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব |
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব |
||
স্বামীয়ে তোমাৰ, ডেচি |
স্বামীয়ে তোমাৰ, ডেচি! পতিব্ৰতা তুমি ; |
||
ঘোৰ |
ঘোৰ সন্তাপত পাছে ধৰিলে কান্দিব॥ |
||
নেদেখিলা তুমি, ডেচি |
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ |
||
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত |
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত |
||
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ |
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ! |
||
( |
(ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত!!) |
||
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত |
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত? |
||
পাব নে স্বৰগ |
পাব নে স্বৰগ? নেকি ৰ’ব নৰকত? |
||
( ২১ ) |
( ২১ ) |
||
নেদেখিলা তুমি, ডেচি |
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ |
||
নৰহত্যা অপৰাধে অপৰাধী আজি |
নৰহত্যা অপৰাধে অপৰাধী আজি; |
||
তোমাৰ শোকত হই বিয়াকুল প্রাণ |
তোমাৰ শোকত হই বিয়াকুল প্রাণ</poem>}} |
১৩:৩৬, ৪ ফেব্ৰুৱাৰী ২০১৯ৰ সংস্কৰণ
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ২০ )
নাপালা দেখিব’ তুমি, তোমাৰ শোকত
অমিলী সখীয়ে, ডেচি! ত্যজিলে পৰাণ
আপোনা-আপুনি কাটি আপোনাৰ ডিঙ্গি
সখী-প্রেম-মৰমৰ দেখাই প্ৰমাণ॥
অমিলীৰ মুখে শুনি ৰুমালৰ কথা,
ষড়যন্ত্ৰ ইয়াগোৰ পাৰিলে বুজিব
স্বামীয়ে তোমাৰ, ডেচি! পতিব্ৰতা তুমি ;
ঘোৰ সন্তাপত পাছে ধৰিলে কান্দিব॥
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
প্ৰাণৰ স্বামীয়ে, সতি! দাৰুণ হিংসাত
সংহাৰিলে দুষ্টমতি ইয়াগোৰ প্ৰাণ!
(ই দশা তোমাৰ আজি যাৰ মন্ত্ৰণাত!!)
কোনে জানে, ইয়াগোৰ আত্মা যাব ক’ত?
পাব নে স্বৰগ? নেকি ৰ’ব নৰকত?
( ২১ )
নেদেখিলা তুমি, ডেচি! ওথেলো তোমাৰ
নৰহত্যা অপৰাধে অপৰাধী আজি;
তোমাৰ শোকত হই বিয়াকুল প্রাণ