পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আনন্দৰাম বৰুৱা। ও শাভে। প্ৰায় নহয়, গতিকে অধিক ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৫:৪৮, ২০ জানুৱাৰী ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনন্দৰাম বৰুৱা। ও শাভে। প্ৰায় নহয়, গতিকে অধিক ভাগ হিন্দুৱে নিজৰ পৱিত্ৰ দেৱভাষা অনাদৰ কৰি অৰ্থকৰী ভাষাৰ সেৱক হৈ পৰিছে । সেই মহাপুকৰসকল ধ্য, যিসকলে এই দিনত সংস্কৃত ভাষা আাক সংখত সাহিত্যৰ উন্নতিৰ নিমিত্তে পুৰুষাৰ্থ কৰে। সেইসকল মহাপুৰুষৰ ভিতৰত স্বর্গীয় আনন্দৰাম বৰুৱা অগ্রগণ্য। বোধ কৰো কোনে। হিন্বে আানঙ্গৰামৰ দৰে একান্ত মনে সংঘূতৰ উন্নতিৰ নিমিত্তে জীৱন উছৰ্গ কৰা নাই। অলপ দিনৰ ভিতৰতে কোনো লোকে আনন্দৰামৰ দৰে সংস্কৃত-সাগৰ মধি অমূল্য ৰত্ন উলিয়াই জগতক মোহিত কৰিব পৰা নাই। তেওঁৰ জীৱন হিন্দু মাজৰে—বিদ্যানুৰাগী মাত্রৰে-চৰ্চা আৰু আদৰৰ বস্তু। আনন্দৰাম ভাৰতৰ আচল বন্ধু। আনন্দৰাম বৰুৱা আসামৰো আচল বন্ধু। আসাম অতি পুৰণি ৰাজ্য মতিজৰেপৰা আৰ্য্য হিন্দুসকলে এই দেশত বাস কৰিছে। মহাভাৰত, পুৰাণ মাদি পুৰণি পুথিত এই দেশৰ নাম পোৱা যায়। বশিষ্ঠ আদি ঋষিয়ে এই দেশত তপস্যা কৰিছিল । আসাম দেৱ-দেৱীৰ মন্দিৰেৰে ভবা। ইয়াত পৰশুৰাম কুণ্ড আদি তীৰ্থ আছে। ইয়াত কৌণ্ডিল্য, শোণিতপুৰ, কামরপ, মণিপুব, হিড়িম্বপূব, জয়1 আদি কৰি প্ৰাচীন ৰাজ্য আছিল। আসাম পুৰণা ঐতিহাসিক ঘটনাৰে পূৰ্ণ । ইয়াত বহুত ঠাইত পুৰণি নগৰৰ চিন, দেৱালয়ৰ ভগ্নাৱশেষ, শিলৰ মূৰ্তি, শিলৰ ঘৰ আৰু শিলৰ ওপৰত কট। আখৰ আছে। এইবিলাকৰপৰা জানিৰ পাৰি যে আসাম আগেয়ে এখন সভ্য আৰু উন্নত দেশ আছিল। বিশেষকৈ ইঘাত পূর্বে সংস্কৃতৰ বৰ চৰ্চা হৈছিল। ইয়াত অনেক অগাধ পণ্ডিতৰ জন্ম হৈছিল। । যোগিনীতন্ত্ৰ, ৰত্নমাল। ব্যাকৰণ আদি ভালেমান ভাল সংস্কৃত পুথি অসমীয়৷ পণ্ডিতে লিখিছিল। শঙ্কৰদেৱ আদি কবিয়েও সংস্কৃত ভাঙ্গি অনেক অসমীয়া পুথি কৰিছিল। কিন্থ আসামৰ এতিয়। সেই দিন নাই। শঙ্কৰদেৱ, পুৰুষোত্তম ঠাকুৰ, অনন্ত কনদিৰ নিচিনা Tহাপুৰুষসকল এতিয়া প্রায় নোপজে। অৱত্যে অকল পুৰণি বস্তুৰেই অসমৗয়াই দভাত, আক উন্নতিৰ খটখটিত বৰ আগটীবাঢ়িব নোৱাৰে । আমাৰ পুৰণি সভ্যতা, পুৰণি ভাষা আৰু পুৰণি ভাববিলাক এই কালৰ নিমিত্তে সম্পূর্ণ নহয়। মামাক ইংৰাজী সভ্যতাইংৰাজী ভাষা আৰু ইংৰাজী ভাবো লাগে। হুইৰো দাৰ সাৰ অংশ বাছি লব পাৰিলেই আমাৰ উন্নতি সম্পূর্ণাঙ্গ হব । ন-পুৰণি