পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
[বট সম্পাদনা] নিকাৰকণ
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
important event.
important event.


সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অর্থাৎ অপঘাত জনিত
সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অৰ্থাৎ অপঘাত জনিত
মৰণেৰে নমৰি সম অর্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a
মৰণেৰে নমৰি সম অৰ্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a
natural death.
natural death.


সােটমােচ ধােপােচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমােচ কৰি ধোপােচ-
সোটমোচ ধোপোচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমোচ কৰি ধোপোচ-
কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ,
কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ,
a useless thing or person.
a useless thing or person.


সােণ হলে দঁতাল হাতী পােন হোৱা--ক্রি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ
সোণ হলে দঁতাল হাতী পোন হোৱা--ক্ৰি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ
দঁতালহাতীকো ধৰি আনি শিকাই পোন অর্থাৎ বশীভূত কৰিব পৰা
দঁতালহাতীকো ধৰি আনি শিকাই পোন অৰ্থাৎ বশীভূত কৰিব পৰা
যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কার্য্য সমাধা হােৱা,
যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কাৰ্য্য সমাধা হোৱা,
the making of everything easy by money.
the making of everything easy by money.


সােণতকৈ জেউতি চৰা—বিণ, সােণৰ জেউতি অতি বেচি। এই স্থলত, সেই
সোণতকৈ জেউতি চৰা—বিণ, সোণৰ জেউতি অতি বেচি। এই স্থলত, সেই
জেউতিতকৈও চৰা বােলা হৈছে । এতেকে,—অনুপম সুন্দৰ,
জেউতিতকৈও চৰা বোলা হৈছে। এতেকে,—অনুপম সুন্দৰ,
exceedingly bright.
exceedingly bright.


সোণৰ-{{বঙালী ৰ}}ূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে
সোণৰ-{{বঙালী ৰ}}ূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে
যদি সি সােণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আ{{বঙালী ৰ}} বেচি
যদি সি সোণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আ{{বঙালী ৰ}} বেচি
হয়। এতেকে,—সর্বশ্রেষ্ঠ পুৰুষ, an illustrious personage.
হয়। এতেকে,—সৰ্বশ্ৰেষ্ঠ পুৰুষ, an illustrious personage.


সােণ-{{বঙালী ৰ}}ূপৰ মুখেৰে কোৱা—ক্রি, সােণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,—
সোণ-{{বঙালী ৰ}}ূপৰ মুখেৰে কোৱা—ক্ৰি, সোণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,—
বিখ্যাত মুখেৰে কোৱা অর্থাৎ যাতে বাক্যৰ খণ্ডন হব নােৱাৰে এনে-
বিখ্যাত মুখেৰে কোৱা অৰ্থাৎ যাতে বাক্যৰ খণ্ডন হব নোৱাৰে এনে-
ভাৱে বিখ্যাত মানুহে আপােন মুখেৰে কথা কোৱা, to speak
ভাৱে বিখ্যাত মানুহে আপোন মুখেৰে কথা কোৱা, to speak
out anything irrevocably or unalterably.
out anything irrevocably or unalterably.


সােণৰ ষোলেং—বিং, ষােলেং এবিধ টেঙ্গা। সােণেৰে ষোলেঙ্গৰ আকৃতিৰে
সোণৰ ষোলেং—বিং, ষোলেং এবিধ টেঙ্গা। সোণেৰে ষোলেঙ্গৰ আকৃতিৰে
বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a
বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a
valuable thing.
valuable thing.


সোণে-পােৱালে গঁথাঁ—ক্রি. সােণে-পােৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়।
সোণে-পোৱালে গঁথাঁ—ক্ৰি. সোণে-পোৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়।
অকল সােণেৰে নাইবা অকল পােৱালেৰে ভাল গলমণি কৰিব
অকল সোণেৰে নাইবা অকল পোৱালেৰে ভাল গলমণি কৰিব
নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়।
নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়।
এতেকে,—ভাল আৰু বেয়া মিহলাই কোনাে লাগতিয়াল কাৰ্য কৰা,
এতেকে,—ভাল আৰু বেয়া মিহলাই কোনো লাগতিয়াল কাৰ্য কৰা,
to make anything useful and permanent by blending
to make anything useful and permanent by blending
the good and the evil harmoniously.
the good and the evil harmoniously.

১৭:৩৫, ২৩ নৱেম্বৰ ২০২০ অনুযায়ী বৰ্তমান সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সোঁ-মৰণেৰে
সোণে-পোৱালে
২৭৬

important event.

সোঁ-মৰণেৰে মৰা—ক্ৰি, [ সম-মৰণেৰে মৰা ] বিষম অৰ্থাৎ অপঘাত জনিত মৰণেৰে নমৰি সম অৰ্থাৎ স্বাভাবিক মৰণেৰে মৰা, to die a natural death.

সোটমোচ ধোপোচ—বিং, কোনো অলাগতিয়াল বস্তু সোটমোচ কৰি ধোপোচ- কৰে পেলাই দিয়া হয়। এতেকে,—কোনো অকামিলা বস্তু বা মানুহ, a useless thing or person.

সোণ হলে দঁতাল হাতী পোন হোৱা--ক্ৰি, সোণ অথাৎ ঐশ্বৰ্য্য হলে হাবিৰ দঁতালহাতীকো ধৰি আনি শিকাই পোন অৰ্থাৎ বশীভূত কৰিব পৰা যায়। এতেকে,—ঐশ্বৰ্য্য-বিভূতি হলে সৰ্ব্ব কাৰ্য্য সমাধা হোৱা, the making of everything easy by money.

সোণতকৈ জেউতি চৰা—বিণ, সোণৰ জেউতি অতি বেচি। এই স্থলত, সেই জেউতিতকৈও চৰা বোলা হৈছে। এতেকে,—অনুপম সুন্দৰ, exceedingly bright.

সোণৰ-রূপৰ কলচী—বিং, কলচী দ’ল আদিৰ ওপৰত জিলিকি থাকে। তাতে যদি সি সোণৰ বা ৰূপৰ হয়, তেনেহলে তাৰ তিৰবিৰণি আর বেচি হয়। এতেকে,—সৰ্বশ্ৰেষ্ঠ পুৰুষ, an illustrious personage.

সোণ-রূপৰ মুখেৰে কোৱা—ক্ৰি, সোণ আৰু ৰূপ বিখ্যাত ধাতু। এতেকে,— বিখ্যাত মুখেৰে কোৱা অৰ্থাৎ যাতে বাক্যৰ খণ্ডন হব নোৱাৰে এনে- ভাৱে বিখ্যাত মানুহে আপোন মুখেৰে কথা কোৱা, to speak out anything irrevocably or unalterably.

সোণৰ ষোলেং—বিং, ষোলেং এবিধ টেঙ্গা। সোণেৰে ষোলেঙ্গৰ আকৃতিৰে বস্তু তৈয়াৰ কৰা হয়। এতেকে,— যেই সেই বহুমূলীয় বস্তু, a valuable thing.

সোণে-পোৱালে গঁথাঁ—ক্ৰি. সোণে-পোৱালে গাঁথি সুন্দৰ গলমণি তৈয়াৰ কৰা হয়। অকল সোণেৰে নাইবা অকল পোৱালেৰে ভাল গলমণি কৰিব নোৱাৰি। ভাল আৰু বেয়া দুইৰো মিহলি হলে হে কামিলা বস্তু হয়। এতেকে,—ভাল আৰু বেয়া মিহলাই কোনো লাগতিয়াল কাৰ্য কৰা, to make anything useful and permanent by blending the good and the evil harmoniously.