পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
[বট সম্পাদনা] নিকাৰকণ |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
৫ নং শাৰী: | ৫ নং শাৰী: | ||
ধৰা টান। বহু মানুহে চাৰিও ফালে আগ ভেটি থাকে। আৰু |
ধৰা টান। বহু মানুহে চাৰিও ফালে আগ ভেটি থাকে। আৰু |
||
তেতিয়া কুকুৰ লগাই দিয়া হয়। পহুৱে যেনি যাব খোজে, তেনিয়ে |
তেতিয়া কুকুৰ লগাই দিয়া হয়। পহুৱে যেনি যাব খোজে, তেনিয়ে |
||
বাধা পায়। এইৰূপে লৰা-ধপৰা কৰি শেষত সি ভাগৰি পৰে। |
বাধা পায়। এইৰূপে লৰা-ধপৰা কৰি শেষত সি ভাগৰি পৰে। |
||
তেতিয়া মানুহে ওচৰ চাপি তাক সহজে ধৰিব পৰে। এতেকে,— |
তেতিয়া মানুহে ওচৰ চাপি তাক সহজে ধৰিব পৰে। এতেকে,— |
||
কোনো |
কোনো নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত খেদাখেদি কৰি ভাগৰুৱাই ধৰা |
||
পেলোৱা, to compel an enemy to submit from sheer |
পেলোৱা, to compel an enemy to submit from sheer |
||
exhaustion by being chased within a circumscribed |
exhaustion by being chased within a circumscribed |
||
২৫ নং শাৰী: | ২৫ নং শাৰী: | ||
perfect control. |
perfect control. |
||
'''পাখি-ভগা শগুণ'''—বিং, (পাখি= ডেউকা।) শগুণবিলাক দেখিবলৈ |
'''পাখি-ভগা শগুণ'''—বিং, (পাখি= ডেউকা। ) শগুণবিলাক দেখিবলৈ জধলা। |
||
যেতিয়া কোনো শগুনৰ ডেউকা ভাগে, তেতিয়া সি আৰু জধলা হয়। |
যেতিয়া কোনো শগুনৰ ডেউকা ভাগে, তেতিয়া সি আৰু জধলা হয়। |
||
এতেকে,--অতিপাত জধলা মানুহ, very dirty person. |
এতেকে,--অতিপাত জধলা মানুহ, very dirty person. |
||
৩৩ নং শাৰী: | ৩৩ নং শাৰী: | ||
live under the fostering care. |
live under the fostering care. |
||
'''পাগৰ বাহিৰ হোৱা'''—ক্ৰি, [পাকৰ বাহিৰ হোৱা ] তিৰোতা মানুহে ভাত ৰান্ধে, |
'''পাগৰ বাহিৰ হোৱা'''—ক্ৰি, [পাকৰ বাহিৰ হোৱা ] তিৰোতা মানুহে ভাত ৰান্ধে, |
||
কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব |
কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব নোৱাৰে। এতেকে,— |
||
ঋতুমতী হোৱা, to be affected with menstruation. |
ঋতুমতী হোৱা, to be affected with menstruation. |
১৭:৩২, ২৩ নৱেম্বৰ ২০২০ অনুযায়ী বৰ্তমান সংস্কৰণ
মৰি লেটা হয়। এতেকে,— নিম্ন কাৰ্য্যৰ দ্বাৰা নিজে মৰা, to fall a victim to one's own indiscretion.
পহু খেদা দিয়া—ক্ৰি, পহুৱে অতি বেগেৰে লৰিব পাৰে। আৰু পোনকৈ খেদি ধৰা টান। বহু মানুহে চাৰিও ফালে আগ ভেটি থাকে। আৰু তেতিয়া কুকুৰ লগাই দিয়া হয়। পহুৱে যেনি যাব খোজে, তেনিয়ে বাধা পায়। এইৰূপে লৰা-ধপৰা কৰি শেষত সি ভাগৰি পৰে। তেতিয়া মানুহে ওচৰ চাপি তাক সহজে ধৰিব পৰে। এতেকে,— কোনো নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত খেদাখেদি কৰি ভাগৰুৱাই ধৰা পেলোৱা, to compel an enemy to submit from sheer exhaustion by being chased within a circumscribed limit.
পাক লগা—ক্ৰি, জৰীৰ যেনেকৈ পাক লাগে, মানুহৰো সেই ৰূপে পাক অৰ্থাৎ জেঙ্গা লাগে। এতেকে,—জেঙ্গগা লগা, লেঠা লগা, to be entan- gled, to be embarrassed, to be put to inconvinience.
পাকতে ঘুৰা—ক্ৰি, ইমান বেগেৰে লৰি-ফুৰি কাৰ্য্য কৰে যে মানুহজনে ঠাইতে গাটো পাক মাৰি ঘুৰে। এতেকে,—বেগা-বেগিকৈ কাৰ্য্য কৰা, to work in hot haste.
পাক-পানী কৰা— ক্ৰি, আঞ্জাত পাচলি দি বহু পৰ পাৰক কৰি থাকিলে সি পানী হৈ যায়। এতেকে,—কোনো কাৰ্য্য সিজাই পানৗ কৰা অৰ্থাৎ সম্পূৰ্ণৰূপে নিজৰ আয়ত্বলৈ অনা to bring anything under perfect control.
পাখি-ভগা শগুণ—বিং, (পাখি= ডেউকা। ) শগুণবিলাক দেখিবলৈ জধলা। যেতিয়া কোনো শগুনৰ ডেউকা ভাগে, তেতিয়া সি আৰু জধলা হয়। এতেকে,--অতিপাত জধলা মানুহ, very dirty person.
পাখিৰ আঁৰত থকা—-ক্ৰি, কুকুৰা আদি চৰায়ে ডেউকাৰ পাখিৰ আঁৰত পোৱালিক সুমাই ৰাখি থাকে। এতেকে,--পৰৰ আশ্ৰয়ত থকা, to live under the fostering care. পাগৰ বাহিৰ হোৱা—ক্ৰি, [পাকৰ বাহিৰ হোৱা ] তিৰোতা মানুহে ভাত ৰান্ধে, কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব নোৱাৰে। এতেকে,— ঋতুমতী হোৱা, to be affected with menstruation.