পৃষ্ঠা:জ্ঞান-মালা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
জ্ঞানমালা।

 এই ঘটনাৰ অলপ দিনৰ পাচতে এদিন সচাকৈয়ে বাঘ আহি সেই লৰাটোৰ গৰুৰ জাকত সোমালহি। সি ভয়ত অথিৰ হৈ আগৰ দৰে আকৌ ‘বাঘ’ ‘বাঘ’ বুলি চিঞঁৰিব ধৰিলে; কিন্তু কোনো মানুহ তাৰ এই বিপদৰ সমযত সহায় কৰিবলৈ নোযোৱা দেখি লৱৰি

জ্ঞান-মালা (page 51 crop).jpg
জ্ঞান-মালা (page 51 crop).jpg

আগৰ খেতিয়কবিলাকৰ ওচৰলৈ আহি কাবৌ কৰি কিমান মাতিলে, কিন্তু কোনেও তাৰ কথা বিশ্বাস নকৰিলে। ইফালে বাঘে যিমান পাৰে নিৰ্ব্বিঘ্নে তাৰ গৰু গাইৰ অনিষ্ট কৰি বনত সোমাল।