পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
অসমীয়া আদি পাঠ ।

অমাবস্যা বা আঁউসী। আঁউসীৰ ৰাতি বৰ আন্ধাৰ।

১৬ পাঠ ।

সাত বাৰ ।

দেও, সােম, মঙ্গল, বুধ, বৃহস্পতি, শুকুৰ, শনি। দেওবাৰৰ আন এটা নাম ৰবিবাৰ।

পােন্ধৰ তিথি ।

 প্রতিপদ, দ্বিতীয়া, তৃতীয়া, চতুর্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নবমী, দশমী, একাদশী, দ্বাদশী, ত্রয়ােদশী, চতুর্দ্দশী, পূর্ণিমা বা অমাবস্যা।