পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অসমীয়া আদি পাঠ ।

 আবেলি সকলাে মানুহ দিহাদিহি প্রস্থান কৰিলে। আমিও ঘৰলৈ উলটি আহিলোঁ। আমি ঘৰ পাওঁতে বেলি অস্ত গল।

( তিনি আৰু চাৰি আখৰীয়া )

জ্         জ্জ্ৱ   উজ্জ্ৱল ।
ত্         ত্ত্ৱ   মহত্ত্ৱ ।
ত্         ত্ম্য   মাহাত্ম্য ।
ন্         ন্ত্য   দন্ত্য ।
ন্         ন্ত্ৰ   যন্ত্ৰ, মন্ত্ৰ ।
ন্         ন্ত্ৱ   সান্ত্ৱনা ।
ন্         ন্দ্ৰ   চন্দ্ৰ, ইন্দ্ৰিয় ।
ন্         ন্ধ্য   সন্ধ্যা, বন্ধ্যা ।
ন্         ন্ধ্ৰ   ৰন্ধ্ৰ ।
ন্         ন্ন্য   সন্ন্যাসী ।