পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অসমীয়া আদি পাঠ

ন্      ন্থ   পন্থা, মন্থন ।
ন্      ন্দ   বান্দৰ, সান্দহ ।
ন্      ন্ধ   গন্ধক, অন্ধলা ।

১১ পাঠ ।

 বান্দৰে কল খাবলৈ বৰ ভাল পায়। অসন্তোষীয়া মানুহৰ সুখ নাই। আলান্ধু ধোঁৱাৰ পৰা হয়। মাটিত গজা গছ-বন আদিক উদ্ভিদ বােলে। বুদ্ধিৰে যি কাম কৰিব পাৰি বলেৰে তাক নােৱাৰি।