পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
অসমীয়া আদি পাঠ ।

চ্      চ্চ   উচ্চ, উচ্চাৰণ ।
চ্      চ্ছ   ইচ্ছা, তুচ্ছ, বিচ্ছেদ ।
চ্      চ্ঞ   যাচ্ঞা ।
জ্      জ্জ   লজ্জা, সজ্জিত ।
জ্      জ্ঞ   যজ্ঞ, জ্ঞান ।
ঞ্      ঞ্চ   চঞ্চল, সঞ্চয় ।
ঞ্      ঞ্ছ   বাঞ্ছা, লাঞ্ছনা ।
ঞ্      ঞ্জ   আঞ্জা, সঞ্জাত ।

৯ পাঠ ।

 যজ্ঞৰাম, তােমাৰ উচ্চাৰণ ইমান বেয়া কিয়? সঞ্জয় তােমাতকৈ বয়সত সৰু; অথচ সি ভালকৈ উচ্চাৰণ কৰিব পাৰে। তােমাৰ মনত লজ্জা বােধ নহয় নে? তােমাৰ পিতৃ-মাতৃৰ প্ৰধান ইচ্ছা যে তুমি লিখা-পঢ়া শিকি জ্ঞানী হােৱা। তােমাৰ পঢ়ালৈ আওহেলাৰ কথা শুনিলে তেওঁলােকে মনত বৰ বেজাৰ