পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া আদি পাঠ ।

যাব নোৱাৰিলো। কাতি মহীয়া বৰকৈ হিম পৰে। কেনেবাকৈ হিম লাগি মোৰ জ্বৰ হৈছিল; মোৰ স্বৰ ভাগি গৈছিল; মই জ্বৰত বিহ্বল হৈ পৰিছিলোঁ। পাছে, এজন ভাল বেজৰ দ্বাৰা চিকিৎসা কৰোৱাত জ্বৰ আৰোগ্য হল। বেজে ক্কাথৰ লগত দৰব মাৰি খুৱাইছিল। তেওঁৰ দৰবত মোৰ বিশ্বাস। তেওঁ বিদ্বান অথচ নম্ৰ স্বভাৱৰ লোক।

ন ফলা । ন =
গ্ ন গ্ন ; ত্ ন ত্ন ; শ্ ন শ্ন ।
অগ্নি   অন্ন   যত্ন   স্নেহ
ৰত্ন   নিম্ন   প্ৰশ্ন   বহ্নি

৬ পাঠ ।

 অন্নে মানুহৰ জীৱন ৰাখে। জুই নহলে অন্ন সিজাব নোৱাৰি। জুইক