ৱিকিউ স বাৰ্তা:সমজুৱা পৃষ্ঠা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

শিক্ষাত পিছপৰি থকা জাতি হ'ল মেৰুদণ্ডহীন জোকৰ দৰে - জোক হ'ল পৰমুখাপেক্ষী শিক্ষাই যিকোনো জাতিৰ সৰ্বতোপ্ৰকাৰৰ সমস্যা সমাধানৰ পথ প্ৰসস্ত কৰে কাৰণ শিক্ষা হ'ল সকলো সমস্যা সমাধানৰ মূল চাবিকাঠি, কিন্তু এই চাবিকাঠি জানো  অসমৰ মুছলমান জাতিৰ হাতত আছে ? ............... আৰু নথকাৰ কিছুমান কাৰণো আছে -[ যাৰ আৰম্ভণিতে কৰ্মসংস্থানৰ কথা আহি পৰে ; ভাৰতীয় সংবিধানে বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে আৰক্ষন /সংৰক্ষনৰ ব্যৱস্থা ৰাখিছে কিন্তু আমি বোৰ সাধাৰণ শ্ৰেণীৰ.......

         [ছোৱালী শিক্ষাৰ ক্ষেত্ৰত ধৰ্মীয় বাধাক প্ৰাধান্য দিয়া দেখা যায় l

[ অভিভাৱক সকল অশিক্ষিত হোৱা হেতুকে শিক্ষাৰ মূল বুজি নাপায় l

     এনেকুৱা বহুত সমস্যা আছে যিবিলাক সমাধান কৰি সজাগতা নানিলে শৈক্ষিক বিপ্লৱ অসম্ভৱ l

     #অসমত বংগীয় মুছলমান সম্প্ৰদায়টো কৃষিৰ ক্ষেত্ৰখনত ৰাজত্ব কৰি আছে বুলি ক'লে ভূল নহব আমি শিক্ষাত ভালকৈ মনোনিৱেশ কৰিব পাৰিলে কৃষি বিপ্লৱ গঢ়ি তোলাত বিশেষ কষ্ট কৰিব নালাগিব l

জনসংখ্যা ক্ৰমবৰ্দ্ধিত বৃদ্ধিৰ ফলত অৰ্থনীতিবিদ সকলৰ মনত বিশেষ উদ্বেগৰ সৃষ্টি হৈছে l তেওঁলোকে ভাৱে যে, জনসংখ্যা বৃদ্ধিৰ হাৰৰ এই তীব্ৰতা বন্ধ নকৰিলে সামগ্ৰিকভাৱে ৰাজ্য, দেশ তথা সমগ্ৰ বিশ্বত খাদ্যৰ দুৰ্ভিক্ষ দেখা দিব আৰু বাসস্থানৰ উপযুক্ত পৰিবেশ নোহোৱা হব, জনসংখ্যা বৃদ্ধিৰ কঠিন আৰু সৰ্বগ্ৰাসী বিপদৰ পৰা ৰক্ষা পাবলৈ বৃদ্ধিৰ পথকেই বন্ধ কৰিব লাগিব আসন্ন বিপদৰ পৰা ৰক্ষা পাবলৈ l চৰকাৰে জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰন কৰিবলৈ বিভিন্ন আচঁনি হাতত লৈছে যদিও নিৰ্দিষ্ট কিছুমান এলেকাত আশানুৰূপ ফল পোৱা পৰিলক্ষিত হোৱা নাই কাৰণ সেই সমূহ ঠাইত শিক্ষাৰ ক্ষেত্ৰখন অতি পুতৌলগা ..... যাৰবাবে আজি চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰনৰ ক্ষেত্ৰত কঠোৰ হৈ জনসংখ্যা নীতিৰ প্ৰয়োগ কৰিবলগীয়া হৈছে ....... নিৰপেক্ষ বাবে বিচাৰ-বিশ্লেষণ কৰি চালে এই নীতিয়ে যে সমগ্ৰ মানৱ জাতিক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিব তাক অনুমান কৰিব পাৰি..... মোৰ বোধেৰে এই নীতিক স্বাগতম জনাই আদৰি লোৱা উচিত......

    খন্দকাৰ জাহাঙ্গীৰ আলম