ৱিকিউৎস:Non-free content criteria
অৱয়ব
(ৱিকিউৎস:NFCCৰ পৰা পুনঃনিৰ্দেশিত)
| এই পৃষ্ঠাটো অসম্পূৰ্ণ অৱস্থাত আছে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লেখকৰ নাম জানিবলৈ ইছা কৰিলে এই লিংক চাওক; যদি এই পৃষ্ঠাত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰিব। |
২০০৭ চনৰ ২৩ মাৰ্চত ৱিকিমিডিয়া ফাউণ্ডেচনে অনুজ্ঞাপত্ৰ নীতিৰ ওপৰত লোৱা সিদ্ধান্ত অনুসৰি এই নথিখনত অসমীয়া ৱিকিউৎসৰ বাবে ৰেহাই মতবাদ নীতিৰ (Exemption Doctrine Policy) ৰূপৰেখা দাঙি ধৰা হৈছে।