ৱিকিউৎস:GLAM/GLAM Project with Normal School, Jorhat/Progress & Timeline
অৱয়ব
- সেউজী পাতৰ কাহিনী.pdf [৩৯৭ টা পৃষ্ঠা]
- বিশ্ব-ভূগোল.pdf [৩৯২ টা পৃষ্ঠা]
- শ্ৰীশ্ৰীবংশীগোপালদেৱৰ চৰিত্ৰ.pdf [২৯২ টা পৃষ্ঠা]
- সচিত্ৰ সৰল পাটীগণিত (চতুৰ্থ ভাগ).pdf [২৬৮ টা পৃষ্ঠা]
- ভাৰত-বুৰঞ্জী ১৯৩৬.djvu [২৬৪ টা পৃষ্ঠা]
- অসমীয়া মূল-গণিত-বোধ.pdf [২৫০ টা পৃষ্ঠা]
- অসম বুৰঞ্জী.djvu [২৪৭ টা পৃষ্ঠা]
- মিলন মন্দিৰ.pdf [২৪২ টা পৃষ্ঠা]
- নতুন স্বাস্থ্যপাঠ.pdf [২৪২ টা পৃষ্ঠা]
- অৰুনোদই ধলফাট.pdf [২৪২ টা পৃষ্ঠা]
- ব্যথাৰ সুৰ.pdf [২৩৪ টা পৃষ্ঠা]
- অসমীয়া ব্যাকৰণ.pdf [২৩২ টা পৃষ্ঠা]
- গান্ধীজীৰ অনাসক্তি যোগ.pdf [২২৭ টা পৃষ্ঠা]
- ভক্তি-প্ৰেমাৱলী.djvu [২১০ টা পৃষ্ঠা]
- মীৰজুমলাৰ অসম আক্ৰমণ.pdf [২০৮ টা পৃষ্ঠা]
- প্ৰাথমিক প্ৰতিবিধান.pdf [১৯৮ টা পৃষ্ঠা]
- খোৱা-বোৱা.pdf [১৯৩ টা পৃষ্ঠা]
- দুৰ্গাবৰি গীতি ৰামায়ণ.pdf [১৯০ টা পৃষ্ঠা]
- কামৰূপৰ বুৰঞ্জী.pdf [১৭৭ টা পৃষ্ঠা]
- মেৰপেচ.pdf [১৭৬ টা পৃষ্ঠা]
- অলকা.pdf [১৭২ টা পৃষ্ঠা]
- বুকাৰ ৱাচিংটন.pdf [১৭১ টা পৃষ্ঠা]
- জয় পৰাজয় আৰু উদয়ৰ পথত.pdf [১৬৮ টা পৃষ্ঠা]
- শান্তি-দূত.pdf [১৬৬ টা পৃষ্ঠা]
- পাটীগণিত (প্ৰথম ভাগ - খ আৰু ১ ম মান).pdf [১৬০ টা পৃষ্ঠা]
- সাহিত্য - ষষ্ঠ ভাগ.pdf [১৫৮ টা পৃষ্ঠা]
- স্বাৰ্থৰ সমাজ.pdf [১৫৭ টা পৃষ্ঠা]
- গল্প-লহৰি.pdf [১৫৬ টা পৃষ্ঠা]
- বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf [১৫২ টা পৃষ্ঠা]
- শ্ৰীমদ্ভগবদ্গীতা.pdf [১৫২ টা পৃষ্ঠা]
- মাধমাৰ.pdf [১৫০ টা পৃষ্ঠা]
- লৱ-কুশ.pdf [১৫০ টা পৃষ্ঠা]
- অৱসান.pdf [১৫০ টা পৃষ্ঠা]
- চণ্ডিকাখ্যান.pdf [১৪৬ টা পৃষ্ঠা]
- ন-পাটীগণিত.pdf [১৪৫ টা পৃষ্ঠা]
- তৰুণৰাম ফুকন.pdf [১৪২ টা পৃষ্ঠা]
- অসম বুৰঞ্জীৰ কথা.pdf [১৪০ টা পৃষ্ঠা]
- চিত্ৰাঙ্গদা.pdf [১৪০ টা পৃষ্ঠা]
- ত্ৰিপুৰা বুৰঞ্জী.pdf [১৩৮ টা পৃষ্ঠা]
- বলিছলন.pdf [১৩৮ টা পৃষ্ঠা]
- পদ্মা-পুৰাণ (ভাইঠেলি খণ্ড).pdf [১৩৬ টা পৃষ্ঠা]
- সাহিত্য (৪ৰ্থ ভাগ).pdf [১৩৪ টা পৃষ্ঠা]
- পাঠশালাৰ ভূগোল.pdf [১৩১ টা পৃষ্ঠা]
- নিৰ্ম্মলা.pdf [১৩০ টা পৃষ্ঠা]
- বৈৰাগী.pdf [১২৩ টা পৃষ্ঠা]
- নতুন পাঠ.pdf [১২২ টা পৃষ্ঠা]
- সৰল জ্যোতিষ.pdf [১২০ টা পৃষ্ঠা]
- পৰিচয়.pdf [১১৮ টা পৃষ্ঠা]
- ৰমণী গাভৰু.pdf [১১৬ টা পৃষ্ঠা]
- মাতৃ (উপন্যাস).pdf [১১৬ টা পৃষ্ঠা]
- অসম-বুৰঞ্জী পাঠ.pdf [১১৩ টা পৃষ্ঠা]
- অতুল পাঠমালা (তৃতীয় ভাগ).pdf [১১২ টা পৃষ্ঠা]
- চানেকি.pdf [১১২ টা পৃষ্ঠা]
- গীতা-বোধ.pdf [১০৮ টা পৃষ্ঠা]
- ত্ৰিপদী.pdf [১০৬ টা পৃষ্ঠা]
- ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত.pdf [১০১ টা পৃষ্ঠা]
- সিদ্ধি লাভ.pdf [১০১ টা পৃষ্ঠা]
- বনফুল.pdf [১০০ টা পৃষ্ঠা]
- সুকন্যাসুন্দৰী উপাখ্যান.pdf [১০০ টা পৃষ্ঠা]
- পাটীগণিত (২য় শ্ৰেণী).pdf [৯৮ টা পৃষ্ঠা]
- শ্ৰী শ্ৰীন-ঘোষা.pdf [৯২ টা পৃষ্ঠা]
- পৰাচিত (সামাজিক নাটক).pdf [৯০ টা পৃষ্ঠা]
- আৰ্হি-মালা.pdf [৮৮ টা পৃষ্ঠা]
- কবিতা-হাৰ (আগ ছোৱা).pdf [৮৮ টা পৃষ্ঠা]
- পুৰণি সাহিত্য.pdf [৮৮ টা পৃষ্ঠা]
- পৰাচিত.pdf [৮৬ টা পৃষ্ঠা]
- ভক্তি-প্ৰদীপ.pdf [৮৩ টা পৃষ্ঠা]
- মহামতি গোপালকৃষ্ণ গোখ্লে.pdf [৮২ টা পৃষ্ঠা]
- শ্ৰীৰাধাৰ কলঙ্ক ভঞ্জন.pdf [৮০ টা পৃষ্ঠা]
- পাশা পৰ্ব্ব.pdf [৮০ টা পৃষ্ঠা]
- সভাপতিৰ অভিভাষণ.pdf [৭৮ টা পৃষ্ঠা]
- সাধু বুদৰাম মহন্ত.pdf [৭৬ টা পৃষ্ঠা]
- গ্ৰাম-সেৱা.pdf [৭০ টা পৃষ্ঠা]
- সৰল ব্যাকৰণ.pdf [৭০ টা পৃষ্ঠা]
- ব্যাকৰণ-ৰচনা (১ম ভাগ).pdf [৬৯ টা পৃষ্ঠা]
- উজু-মৌখিক.pdf [৬৮ টা পৃষ্ঠা]
- মুক্তিৰ অভিযান.pdf [৬৮ টা পৃষ্ঠা]
- ধুমূহাৰ পাছত.pdf [৬৮ টা পৃষ্ঠা]
- অভীষ্ট-পুৰাণ.pdf [৬৭ টা পৃষ্ঠা]
- পঞ্চমী.pdf [৬৫ টা পৃষ্ঠা]
- শ্ৰী কেলি ৰহস্য.pdf [৬৩ টা পৃষ্ঠা]
- প্ৰজাপতি.pdf [৬০ টা পৃষ্ঠা]
- ৰত্নাকৰ.pdf [৫৯ টা পৃষ্ঠা]
- কৃষ্ণ গুণমালা.pdf [৫৪ টা পৃষ্ঠা]
- শ্ৰীসত্যনাৰায়ণ পুথি.pdf [৫২ টা পৃষ্ঠা]
- নগৰৰ বিহুতলী.pdf [৫২ টা পৃষ্ঠা]
- মূৰ্খ-শতক.pdf [৫০ টা পৃষ্ঠা]
- মহাৰাণী.pdf [৪৯ টা পৃষ্ঠা]
- বাৰাহ-চৰিত্ৰ.pdf [৪৭ টা পৃষ্ঠা]
- পোহনীয়া কুকুৰ.pdf [৪৩ টা পৃষ্ঠা]
- গুৰু-দক্ষিণা.djvu [৪২ টা পৃষ্ঠা]
- অসমীয়া ইতিহাস পুৰাণ.pdf [৪২ টা পৃষ্ঠা]
- ৰোমিৱ-জুলিয়েট.pdf [৪০ টা পৃষ্ঠা]
- ফুল কোঁৱৰ.pdf [৩৮ টা পৃষ্ঠা]
- সীতা-সয়ম্বৰ.pdf [৩৮ টা পৃষ্ঠা]
- প্ৰসূতী.pdf [৩৭ টা পৃষ্ঠা]
- মিলনৰ সুৰ.pdf [৩৬ টা পৃষ্ঠা]
- সাৰিপুত্ত আৰু মোগগ্ল্লান.pdf [৩৪ টা পৃষ্ঠা]
- শিশু - মহাভাৰত.djvu [৩২ টা পৃষ্ঠা]
- প্ৰভাত ও গধুলি গোষ্ট.pdf [৩১ টা পৃষ্ঠা]
- চৰ্দ্দাৰ পেটেল.pdf [৩০ টা পৃষ্ঠা]
- অৰ্জ্জুন সংবাদ.pdf [২৮ টা পৃষ্ঠা]
- গীতি-মালিকা.pdf [২৮ টা পৃষ্ঠা]
- আলাপ.pdf [২৫ টা পৃষ্ঠা]
- প্ৰভাত (আলোচনী).pdf [২০ টা পৃষ্ঠা]
- নাৰদ চৰিত্ৰ.pdf [২০ টা পৃষ্ঠা]
- ২০২৫ বৰ্ষৰ ৬ অক্টোবৰ তাৰিখে, ১০০ বছৰ গৰকা যোৰহাট নৰ্মাল স্কুলৰ আপুৰুগীয়া গ্ৰন্থাগাৰৰ কপিৰাইট মুক্ত অসমীয়া কিতাপসমূহ অসমীয়া ৱিকিউৎসলৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাই অসমীয়া ৱিকিমিডিয়া সমাজৰ সেচ্ছাসেৱী প্ৰাণজ্যোতি নাথে স্কুলৰ বৰ্তমানৰ অধ্যক্ষ নীহাৰিকা সোণোৱালক সাক্ষাৎ কৰি এখন আবেদন পত্ৰ দাখিল কৰে।
- উক্ত দিনাই এই আবেদন বিষয়ত স্কুলৰ কেইবাগৰাকী বিষয়ববীয়াৰ স'তে আলোচনা কৰি অধ্যক্ষগৰাকীয়ে গ্ৰন্থাগাৰৰ কিতাপসমূহ স্কেনিঙৰ জড়িয়তে অসমীয়া ৱিকিউৎস তথা ৱিকিকমন্সলৈ আমদানি কৰিবলৈ অনুমতি প্ৰদান কৰি আবেদন পত্ৰত চহী কৰে।
- ২০২৫ বৰ্ষৰ ১৬ অক্টোবৰ তাৰিখে পুথিভঁৰালৰ দায়িত্বত থকা যোৰহাট নৰ্মাল স্কুলৰ চিত্ৰকলাৰ প্ৰশিক্ষক মাধুৰ্য ভাগৱতীয়ে প্ৰাণজ্যোতি নাথক পুথিভঁৰালত উপলব্ধ ২,৫৪৬খন কিতাপৰ তালিকা প্ৰদান কৰে।