সমললৈ যাওক

ৱিকিউৎস:GLAM/GLAM Project with Normal School, Jorhat

ৱিকিউৎসৰ পৰা
Portal

সংক্ষিপ্ত:
GLAMNSJ

নৰ্মাল স্কুল, যোৰহাট

নৰ্মাল স্কুল, যোৰহাট গ্লেম প্ৰকল্পলৈ স্বাগতম!

Arrow icon   ভূমিকা
যোৰহাট নৰ্মাল স্কুল হৈছে যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত এখন ঐতিহাসিক শিক্ষক প্ৰশিক্ষণ স্কুল। আৰম্ভণিতে ছাত্ৰ বৃত্তি লৈ এই স্কুলত পঢ়াৰ সুবিধা আছিল যদিও বৰ্তমান ই কেৱল শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰহে।
১৯০৬ চনতে প্ৰতিষ্ঠা হোৱা এই স্কুলখনৰ গৌৰৱময় ১১৯ বছৰীয়া ইতিহাসৰ সৈতে শৰৎ চন্দ্ৰ গোস্বামীকে ধৰি অসমৰ ভালেকেইজন প্ৰথিতযশা ব্যক্তি জড়িত হৈ আছে। প্ৰতিষ্ঠা কালৰেপৰা স্কুলৰ নিজাকৈ এটি পুথিভঁৰাল আছিল আৰু শতবৰ্ষ গৰকা এই পুথিভঁৰালটো বৰ্তমান অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাৰ দুষ্প্ৰাপ্য কিতাপেৰে সমৃদ্ধ।

এই গ্লেম প্ৰকল্পৰ জড়িয়তে যোৰহাট নৰ্মাল স্কুলৰ পুথিভঁৰালত উপলব্ধ কপিৰাইটমুক্ত কিতাপসমূহ স্কেন কৰি ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰাৰ লগতে অসমীয়া ৱিকিউৎসত ইউনিকোডলৈ ৰূপান্তৰ কৰি মুদ্ৰণ সংশোধনৰ বাবে এই কিতাপসমূহৰ সূচী পৃষ্ঠা তৈয়াৰ কৰা হ'ব।

এই গ্লেম প্ৰকল্পৰ বাবে ৱিকিমিডিয়া ফাউণ্ডেচনৰপৰা এই আবেদনৰ আধাৰত ১,০৮,০০০ টকাৰ অনুদান লাভ কৰা হৈছে।

এই অনুদানৰ ধনৰাশিৰে স্কেনিং, প্ৰছেচিং, আপল'ডিঙৰ উপৰি অসমীয়া ৱিকিউৎসত ৱিকিউৎস:মুদ্ৰণ সংশোধন মেলা, ডিচেম্বৰ ২০২৫ আৰু ৱিকিউৎস:মুদ্ৰণ সংশোধন মেলা, মাৰ্চ ২০২৬ আয়োজন কৰি এই প্ৰকল্পৰ মুঠ ৭৭ খন কিতাপৰ প্ৰায় ৭,৫০০ পৃষ্ঠা মুদ্ৰণ সংশোধন কৰা হয়।

Arrow icon   কেনেকৈ সহায় কৰিব?

ৱিকিপিডিয়াত:

  • এই প্ৰকল্পৰ বিষয়ে প্ৰবন্ধ সৃষ্টি বা সমৃদ্ধ কৰক।
  • এই প্ৰকল্পত আপলোড কৰা ছবি উপযুক্ত প্ৰবন্ধত যোগ কৰক।

ৱিকিমিডিয়া কমন্সত:

  • এই প্ৰকল্পত আপলোড কৰা ফাইলসমূহ সঠিকভাৱে শ্ৰেণীভুক্ত কৰক।

ৱিকিউৎসত:

  • এই প্ৰকল্পত আপলোড কৰা গ্ৰন্থসমূহৰ মুদ্ৰণ সংশোধন কৰক।
  • মুদ্ৰণ সংশোধন হোৱাৰ পাছত বৈধকৰণ কৰক।

ৱিকিতথ্যত:

  • এই প্ৰকল্পৰ সৈতে জড়িত তথ্যৰ তথ্যকোষ সৃষ্টি আৰু সমৃদ্ধ কৰক।

Arrow icon   প্ৰগতি

  1. সেউজী পাতৰ কাহিনী.pdf [৩৯৭ টা পৃষ্ঠা]
  2. বিশ্ব-ভূগোল.pdf [৩৯২ টা পৃষ্ঠা]
  3. ভাৰত-বুৰঞ্জী ১৯৩৬.djvu [২৬৪ টা পৃষ্ঠা]
  4. অসম বুৰঞ্জী.djvu [২৪৭ টা পৃষ্ঠা]
  5. নতুন স্বাস্থ্যপাঠ.pdf [২৪২ টা পৃষ্ঠা]
  6. অৰুনোদই ধলফাট.pdf [২৪২ টা পৃষ্ঠা]
  7. মিলন মন্দিৰ.pdf [২৪২ টা পৃষ্ঠা]
  8. ব্যথাৰ সুৰ.pdf [২৩৪ টা পৃষ্ঠা]
  9. অসমীয়া ব্যাকৰণ.pdf [২৩২ টা পৃষ্ঠা]
  10. ভক্তি-প্ৰেমাৱলী.djvu [২১০ টা পৃষ্ঠা]
  11. খোৱা-বোৱা.pdf [১৯৩ টা পৃষ্ঠা]
  12. কামৰূপৰ বুৰঞ্জী.pdf [১৭৭ টা পৃষ্ঠা]
  13. মেৰপেচ.pdf [১৭৬ টা পৃষ্ঠা]
  14. অলকা.pdf [১৭২ টা পৃষ্ঠা]
  15. বুকাৰ ৱাচিংটন.pdf [১৭১ টা পৃষ্ঠা]
  16. শান্তি-দূত.pdf [১৬৬ টা পৃষ্ঠা]
  17. সাহিত্য - ষষ্ঠ ভাগ.pdf [১৫৮ টা পৃষ্ঠা]
  18. স্বাৰ্থৰ সমাজ.pdf [১৫৭ টা পৃষ্ঠা]
  19. গল্প-লহৰি.pdf [১৫৬ টা পৃষ্ঠা]
  20. শ্ৰীমদ্ভগবদ্গীতা.pdf [১৫২ টা পৃষ্ঠা]
  21. অৱসান.pdf [১৫০ টা পৃষ্ঠা]
  22. মাধমাৰ.pdf [১৫০ টা পৃষ্ঠা]
  23. লৱ-কুশ.pdf [১৫০ টা পৃষ্ঠা]
  24. চণ্ডিকাখ্যান.pdf [১৪৬ টা পৃষ্ঠা]
  25. ন-পাটীগণিত.pdf [১৪৫ টা পৃষ্ঠা]
  26. তৰুণৰাম ফুকন.pdf [১৪২ টা পৃষ্ঠা]
  27. অসম বুৰঞ্জীৰ কথা.pdf [১৪০ টা পৃষ্ঠা]
  28. চিত্ৰাঙ্গদা.pdf [১৪০ টা পৃষ্ঠা]
  29. ত্ৰিপুৰা বুৰঞ্জী.pdf [১৩৮ টা পৃষ্ঠা]
  30. বলিছলন.pdf [১৩৮ টা পৃষ্ঠা]
  31. সাহিত্য (৪ৰ্থ ভাগ).pdf [১৩৪ টা পৃষ্ঠা]
  32. পাঠশালাৰ ভূগোল.pdf [১৩১ টা পৃষ্ঠা]
  33. নিৰ্ম্মলা.pdf [১৩০ টা পৃষ্ঠা]
  34. বৈৰাগী.pdf [১২৩ টা পৃষ্ঠা]
  35. নতুন পাঠ.pdf [১২২ টা পৃষ্ঠা]
  36. সৰল জ্যোতিষ.pdf [১২০ টা পৃষ্ঠা]
  37. পৰিচয়.pdf [১১৮ টা পৃষ্ঠা]
  38. ৰমণী গাভৰু.pdf [১১৬ টা পৃষ্ঠা]
  39. মাতৃ (উপন্যাস).pdf [১১৬ টা পৃষ্ঠা]
  40. অসম-বুৰঞ্জী পাঠ.pdf [১১৩ টা পৃষ্ঠা]
  41. চানেকি.pdf [১১২ টা পৃষ্ঠা]
  42. গীতা-বোধ.pdf [১০৮ টা পৃষ্ঠা]
  43. ত্ৰিপদী.pdf [১০৬ টা পৃষ্ঠা]
  44. সিদ্ধি লাভ.pdf [১০১ টা পৃষ্ঠা]
  45. বনফুল.pdf [১০০ টা পৃষ্ঠা]
  46. শ্ৰী শ্ৰীন-ঘোষা.pdf [৯২ টা পৃষ্ঠা]
  47. আৰ্হি-মালা.pdf [৮৮ টা পৃষ্ঠা]
  48. কবিতা-হাৰ (আগ ছোৱা).pdf [৮৮ টা পৃষ্ঠা]
  49. পুৰণি সাহিত্য.pdf [৮৮ টা পৃষ্ঠা]
  50. পৰাচিত.pdf [৮৬ টা পৃষ্ঠা]
  51. ভক্তি-প্ৰদীপ.pdf [৮৩ টা পৃষ্ঠা]
  52. পাশা পৰ্ব্ব.pdf [৮০ টা পৃষ্ঠা]
  53. সভাপতিৰ অভিভাষণ.pdf [৭৮ টা পৃষ্ঠা]
  54. সাধু বুদৰাম মহন্ত.pdf [৭৬ টা পৃষ্ঠা]
  55. সৰল ব্যাকৰণ.pdf [৭০ টা পৃষ্ঠা]
  56. গ্ৰাম-সেৱা.pdf [৭০ টা পৃষ্ঠা]
  57. মুক্তিৰ অভিযান.pdf [৬৮ টা পৃষ্ঠা]
  58. উজু-মৌখিক.pdf [৬৮ টা পৃষ্ঠা]
  59. ধুমূহাৰ পাছত.pdf [৬৮ টা পৃষ্ঠা]
  60. অভীষ্ট-পুৰাণ.pdf [৬৭ টা পৃষ্ঠা]
  61. পঞ্চমী.pdf [৬৫ টা পৃষ্ঠা]
  62. শ্ৰী কেলি ৰহস্য.pdf [৬৩ টা পৃষ্ঠা]
  63. প্ৰজাপতি.pdf [৬০ টা পৃষ্ঠা]
  64. ৰত্নাকৰ.pdf [৫৯ টা পৃষ্ঠা]
  65. কৃষ্ণ গুণমালা.pdf [৫৪ টা পৃষ্ঠা]
  66. নগৰৰ বিহুতলী.pdf [৫২ টা পৃষ্ঠা]
  67. মূৰ্খ-শতক.pdf [৫০ টা পৃষ্ঠা]
  68. মহাৰাণী.pdf [৪৯ টা পৃষ্ঠা]
  69. বাৰাহ-চৰিত্ৰ.pdf [৪৭ টা পৃষ্ঠা]
  70. পোহনীয়া কুকুৰ.pdf [৪৩ টা পৃষ্ঠা]
  71. গুৰু-দক্ষিণা.djvu [৪২ টা পৃষ্ঠা]
  72. ৰোমিৱ-জুলিয়েট.pdf [৪০ টা পৃষ্ঠা]
  73. ফুল কোঁৱৰ.pdf [৩৮ টা পৃষ্ঠা]
  74. প্ৰসূতী.pdf [৩৭ টা পৃষ্ঠা]
  75. মিলনৰ সুৰ.pdf [৩৬ টা পৃষ্ঠা]
  76. শিশু - মহাভাৰত.djvu [৩২ টা পৃষ্ঠা]
  77. চৰ্দ্দাৰ পেটেল.pdf [৩০ টা পৃষ্ঠা]
  78. গীতি-মালিকা.pdf [২৮ টা পৃষ্ঠা]
  79. অৰ্জ্জুন সংবাদ.pdf [২৮ টা পৃষ্ঠা]
  80. আলাপ.pdf [২৫ টা পৃষ্ঠা]
  81. প্ৰভাত (আলোচনী).pdf [২০ টা পৃষ্ঠা]
  82. নাৰদ চৰিত্ৰ.pdf [২০ টা পৃষ্ঠা]

Arrow icon   সময়ক্ৰম

  • ২০২৫ বৰ্ষৰ ৬ অক্টোবৰ তাৰিখে, ১০০ বছৰ গৰকা যোৰহাট নৰ্মাল স্কুলৰ আপুৰুগীয়া গ্ৰন্থাগাৰৰ কপিৰাইট মুক্ত অসমীয়া কিতাপসমূহ অসমীয়া ৱিকিউৎসলৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাই অসমীয়া ৱিকিমিডিয়া সমাজৰ সেচ্ছাসেৱী প্ৰাণজ্যোতি নাথে স্কুলৰ বৰ্তমানৰ অধ্যক্ষ নীহাৰিকা সোণোৱালক সাক্ষাৎ কৰি এখন আবেদন পত্ৰ দাখিল কৰে।
  • উক্ত দিনাই এই আবেদন বিষয়ত স্কুলৰ কেইবাগৰাকী বিষয়ববীয়াৰ স'তে আলোচনা কৰি অধ্যক্ষগৰাকীয়ে গ্ৰন্থাগাৰৰ কিতাপসমূহ স্কেনিঙৰ জড়িয়তে অসমীয়া ৱিকিউৎস তথা ৱিকিকমন্সলৈ আমদানি কৰিবলৈ অনুমতি প্ৰদান কৰি আবেদন পত্ৰত চহী কৰে।
  • ২০২৫ বৰ্ষৰ ১৬ অক্টোবৰ তাৰিখে পুথিভঁৰালৰ দায়িত্বত থকা যোৰহাট নৰ্মাল স্কুলৰ চিত্ৰকলাৰ প্ৰশিক্ষক মাধুৰ্য ভাগৱতীয়ে প্ৰাণজ্যোতি নাথক পুথিভঁৰালত উপলব্ধ ২,৫৪৬খন কিতাপৰ তালিকা প্ৰদান কৰে।

Arrow icon   চিত্ৰ সম্ভাৰ
Arrow icon   সদস্য

এই গ্লেম প্ৰকল্পৰ জৰিয়তে বিভিন্ন ৱিকিমিডিয়া প্ৰকল্পলৈ অৱদান আগবঢ়াব পাৰি, যেনে:

  • ৱিকিপিডিয়া
  • ৱিকিমিডিয়া কমন্স
  • ৱিকিতথ্য
  • ৱিকিউৎস
এই গ্লেম প্ৰকল্পটো সকলোৰে বাবে মুকলি, গতিকে যদি আপুনি ইয়াৰ প্ৰতি আগ্ৰহী তেন্তে তলৰ তালিকাত আপোনাৰ নাম যোগ কৰক আৰু এই প্ৰকল্পত বিভিন্ন ধৰণে অৰিহণা যোগাওক।


মূল দায়িত্বত
কাৰিকৰী সহায়
সহযোগী
আগ্রহী
  • মাধুৰ্য ভাগৱতী (চিত্ৰকলা প্ৰশিক্ষক, নৰ্মাল স্কুল)


Arrow icon   প্ৰকল্পৰ সৈতে জড়িত ব্যক্তি আৰু অনুষ্ঠানসমূহ

প্ৰকল্পৰ সৈতে জড়িত ব্যক্তি আৰু অনুষ্ঠানসমূহ

মূল প্ৰকল্পৰ সৈতে জড়িত ৱিকিমিডিয়ান

প্ৰকল্পৰ কামৰ ছবি

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰক:
ফেচবুকত শ্বেয়াৰ কৰকএক্সত শ্বেয়াৰ কৰক
গ্লেম নিউজলেটাৰ পঢ়ক:
ৱিকিমিডিয়াৰ সৈতে যোগাযোগ কৰক:
JyotiPN
প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰক:
ৱেবছাইট