সমললৈ যাওক

ৱিকিউৎস:Contact/GLAM

ৱিকিউৎসৰ পৰা
Portal

যদি আপুনি কোনো পুথিভঁৰাল বা আৰ্কাইভৰ এগৰাকী স্বত্বাধিকাৰী, কৰ্মচাৰী বা সদস্য আৰু অসমীয়া ভাষাত লিখা আপোনাৰ প্ৰতিষ্ঠানৰ ৰাজহুৱা ড’মেইন বা কপিৰাইটমুক্ত কিতাপ, বাতৰি কাকত, নথিপত্ৰ, ৰেক’ৰ্ড, পাণ্ডুলিপি আদি বিশ্বৰ সকলো পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ ৱিকিমিডিয়া কমন্স আৰু অসমীয়া ৱিকিউৎসৰ দৰে মুক্ত পুথিভঁৰালত উপলব্ধ কৰিব বিচাৰে; তেনে কৰিবলৈ আপোনাৰ সংগ্ৰহ স্কেন কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।