ৰূপালীম/চৰিত্ৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

চৰিত্ৰ

মণিমুগ্ধ  : প্ৰান্ত দেশৰ অধিপতি
ৰেণথিয়াৎ : মণিমুগ্ধৰ সেনাপতি
ৰূকমীৰাজ : ৰূকমী ফৈদৰ ৰজা
মায়াব’ :এজন বলিষ্ঠ ৰূকমী ডেকা
ৰিমু :আন এজন ৰূকমী ডেকা
জুনাফা :এজন ৰূকমী বুঢ়া
ইতিভেন :ৰূকমীৰাজৰ ভনীয়েক
ৰূপালীম  : ৰূপহী ৰূকমী গাভৰু, জুনাফাৰ জীয়েক
          লিগিৰী, নাচনী, ৰূকমী গাভৰু, প্ৰজা, সৈন্য-সামন্ত, বিষয়া-ডাঙৰীয়া আদি ৷