সূচী আলোচনা:Chalachitra.pdf
বিষয় যোগ কৰকঅৱয়ব
Latest comment: ৪ বছৰৰ পূৰ্বে by SlowPhoton in topic উৎস ফাইলৰ সমস্যা
উৎস ফাইলৰ সমস্যা
[সম্পাদনা কৰক]উৎস ফাইলটোত কেইটামান সমস্যা আছে:
- চাৰিখন পৃষ্ঠাৰ পুনৰাবৃত্তি ঘটিছে (সম্ভৱতঃ দুবাকৈ স্কেন কৰা হ’ল): (
Done পুনৰাবৃত্তি ঘটা পৃষ্ঠা চাৰিখন "লেখা নথকা" বুলি ৰখা হৈছে।)
- পৃষ্ঠা:Chalachitra.pdf/৪৫-ৰ পুনৰাবৃত্তি ঘটিছে পৃষ্ঠা:Chalachitra.pdf/৪৭-ত
- পৃষ্ঠা:Chalachitra.pdf/৪৬-ৰ পুনৰাবৃত্তি ঘটিছে পৃষ্ঠা:Chalachitra.pdf/৪৮-ত
- পৃষ্ঠা:Chalachitra.pdf/৯১-ৰ পুনৰাবৃত্তি ঘটিছে পৃষ্ঠা:Chalachitra.pdf/৯৩-ত
- পৃষ্ঠা:Chalachitra.pdf/৯২-ৰ পুনৰাবৃত্তি ঘটিছে পৃষ্ঠা:Chalachitra.pdf/৯৪-ত
- পৃষ্ঠা:Chalachitra.pdf/৭৩-ৰ শেষৰ শাৰী নাই (কিতাপৰ পৃষ্ঠা নং ৬৪) (
Done লেখকৰ পৰা সংগ্ৰহ কৰি যোগ কৰা হ’ল)
- পৃষ্ঠা:Chalachitra.pdf/১০০-ত দুটা শব্দ বুজাত অসুবিধা হৈছে (কিতাপৰ পৃষ্ঠা নং ৮৯) (
Done লেখকৰ পৰা সংগ্ৰহ কৰি যোগ কৰা হ’ল)