সমললৈ যাওক

সীতা-স্বয়ম্বৰ

ৱিকিউৎসৰ পৰা
 

সীতা-স্বয়ম্বৰ।

 
 

শ্ৰীপ্ৰসন্নচন্দ্ৰ বৰুৱাৰ দ্বাৰা

 

বিৰচিত ও প্ৰকাশিত।

( কামাৰকুচি, আটঘৰিয়া, কামৰূপ, )

 
 

প্ৰথম তাঙ্গৰণ।

কলিকাতা ২ নং গোয়াবাগান ষ্ট্ৰীট, ভিক্টোৰিয়া প্ৰেচত
শ্ৰীনুটবিহাৰী দাসৰঁদ্বাৰা মুদ্ৰিত।

 

 

সন ১৩১৮।

মূল্য ৷৹ চাৰি অনা মাত্ৰ।

পাতনি।

 

 

 এই পুথি খানি বহু পুৰুষাৰ্থেৰে ৰচনা কৰি ছপা কৰালো। ইয়াৰ পৰা ৰাইজৰ তালপ মানো উপকাৰ হলে মোৰ যত্ন ও পৰিশ্ৰম সাৰ্থক হব।

 এই পুথি খানিত যে অশুদ্ধ নাই এনে কথা মই কব নোৱাৰো। জ্ঞানী গুণী সকলে যেন সেই দোষ দেখাই দিয়ে, এই মোৰ কামনা; তেনে হলে এইবাৰ যি ভূল আছে, দ্বিতীয় বাৰ ছপাত সংশোধন কৰা হব। ইতি

প্ৰকাশক।

 


 
মূল গ্ৰন্থত নাই

সূচীপত্র।

 ১১-১৩
 ১৩-১৭
 ১৭-২২
 ২২-৩০
 ৩০-৩২
 ৩২-৩৪
 ৩৪-৩৫
 ৩৫-৩৬

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )