লোকগীত
অৱয়ব
হনুমান সাগৰ বান্ধা চাওঁ...
সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ
হনুমান সাগৰ বান্ধা চাওঁ
হনুমান সাগৰ বান্ধা চাওঁ...
সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ
হনুমান সাগৰ বান্ধা চাওঁ
কি এএএ....
অহংকাৰী সাগৰে কয়
এৰি নিদোঁ বাট...
ৰাৱণৰ দেশত সীতা থাকিব নিৰ্ঘাত
হে থাকিব নিৰ্ঘাত
আৰ.. ঢৌ আহে ঢৌ যায়
যেন খাওঁ খাওঁ
হনুমান সাগৰ বান্ধা চাওঁ
হনুমান সাগৰ বান্ধা চাওঁ...
সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ
হনুমান সাগৰ বান্ধা চাওঁ
কি এএএ....
আপোনাৰ গৰ্বতে মৰে
অহংকাৰী বীৰ...
বান্দৰ সেনা গতি কৰে
প্ৰতিজ্ঞা যে স্থিৰ
হে প্ৰতিজ্ঞা যে স্থিৰ
আ... একগোট বান্দৰ সেনাৰ
নিপিচলে পাৱ
হনুমান সাগৰ বান্ধা চাওঁ
হনুমান সাগৰ বান্ধা চাওঁ...
সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ
হনুমান সাগৰ বান্ধা চাওঁ
হনুমান সাগৰ বান্ধা চাওঁ
হনুমান সাগৰ বান্ধা চাওঁ