সমললৈ যাওক

লেখক:ৰুদ্ৰ ৰাম বড়দলৈ

ৱিকিউৎসৰ পৰা
(লেখক:ৰুদ্ৰৰাম বড়দলৈৰ পৰা পুনঃনিৰ্দেশিত)
ৰুদ্ৰ ৰাম বড়দলৈ
(১৮৩৬–১৮৯৯)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়কৱিকিউক্তিত উক্তি পঢ়ক নগাঁৱৰ লেখক। ১৮৭১ চনত তেখেতে "বঙাল-বঙালনী" নামৰ এখন নাটক প্ৰকাশ কৰে। এইখনক আধুনিক অসমীয়া নাটকৰ ভিতৰত তৃতীয় বুলি গণ্য কৰা হয়।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )