লেখক:ৰাধানাথ ফুকন
অৱয়ব
| ←লেখকৰ তালিকা | ৰাধানাথ ফুকন (১৮৭৫–১৯৬৪) |
| প্ৰথমগৰাকী অসমীয়া স্নাতকোত্তৰ। জন্মস্থান যোৰহাট। জিলা ন্যায়াধীশ ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ১৮৯১ খ্ৰীষ্টাব্দত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যুটীয়া সম্পাদক, ১৯৫৪ চনত অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু ১৯৫৬ চনত অসম সংস্কৃত সমিতিৰ দ্বাবিংশ সমাৱৰ্তনৰ সভাপতি পদত অধিষ্ঠিত আছিল। |
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- অসমীয়া
- সাংখ্য দৰ্শন (১৯৪৯)
- বেদান্ত দৰ্শন (১৯৫১)
- শ্ৰীমদ্ভাগৱত গীতা (১৯৫২)
- কথাৰে উপনিষৎ (১৯৫৪)
- বিজ্ঞানৰ সিপাৰে (১৯৫৫)
- জন্মান্তৰৰ ৰহস্য (১৯৫৭)
- ইংৰাজী
- The Theory of Rebirth (১৯৬২)
- The Sankhyakarika of Iswar Krishna (১৯৬২)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )