লেখক:হিমলা বৰুৱানী
অৱয়ব
| ←লেখকৰ তালিকা | হিমলা বৰুৱানী (১৮৭৭–১৯৪৮) |
| হিমলা বৰুৱানী (১৮৭৭- ১৯৪৮) প্ৰাক-স্বাধীনতা কালৰ এগৰাকী অসমীয়া সাহিত্যিক। জন্ম যোৰহাটৰ পকামূৰাত। গীতিকাৰ, সাহিত্যকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱা আৰু ভগৱতীপ্ৰসাদ বৰুৱাৰ মাতৃ। স্বামী ৰাধিকা প্ৰসাদ বৰুৱা এগৰাকী বিখ্যাত চাহ খেতিয়ক আছিল। ১৯৩৩ চনত বৰপুত্ৰ ভগৱতীপ্ৰসাদ বৰুৱাৰ মৃত্যুত বিননি শীৰ্ষক এখন কবিতা পুথি লিখি উলিয়াইছিল। অসমৰ প্ৰথম মহিলা আলোচনী ঘৰ-জেউতি প্ৰকাশত আগভাগ লৈছিল। কমলালয়া কাকতি আৰু কনকলতা চলিহা এই আলোচনীখনৰ সম্পাদিকা আছিল। |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )