লেখক:সৰ্ব্বেশ্বৰ শৰ্মা কটকী
অৱয়ব
| ←লেখকৰ তালিকা | সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী (১৮৯২–১৯৪৬) |
| সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী (১৮৯২- ১৯৪৬) এজন অসমীয়া কবি, গৱেষক আৰু শিক্ষাবিদ ৷ |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- মূৰলী (১৯২১)
- তত্ত্ব আৰু তথ্য (১৯২৬)
- হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত (১৯২৬)
- সত্যনাথ বৰাৰ জীৱন চৰিত (১৯২৮)
- অসমীয়া সাহিত্য-সম্পদ (সম্পাদিত, ১৯২৯)
- ৰাস ক্ৰীড়া (১৯৩২)
- অসমীয়া প্ৰাচীন লিপি
- ত্ৰিবেণী
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )