লেখক:শান্তিৰাম দাস
অৱয়ব
| ←লেখকৰ তালিকা | শান্তিৰাম দাস |
| শান্তিৰাম দাস বাঁহী আলোচনীৰ এজন অন্যতম লেখক। বাঁহীত তেখেতৰ কেইবাটাও গল্প প্ৰকাশ হৈছিল। ইয়াৰ ভিতৰত মৃত্যু দৰ্শন এটা উল্লেখযোগ্য গল্প। কটন কলেজিয়েটৰ শিক্ষক আছিল। |
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- বৈৰাগী (১৯২১)
- মিলন মন্দিৰ (১৯২৯)
- ছদ্মবেশীনী
পাঠ্যপুথি
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )