সমললৈ যাওক

লেখক:লক্ষেশ্বৰ শৰ্ম্মা

ৱিকিউৎসৰ পৰা
(লেখক:লক্ষেশ্বৰ শৰ্ম্মা বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
লক্ষেশ্বৰ শৰ্মা
লক্ষেশ্বৰ শৰ্ম্মা (১৯-২০ শতিকা) অসমীয়া সাহিত্যত এজন ঔপন্যাসিক আৰু অনুবাদক ৰূপে সু পৰিচিত। কলিকতাৰ এ এচ এল ক্লাৱৰ অন্যতম গুৰি ধৰোঁতা। জোনাকী আলোচনীত প্ৰৱন্ধ লিখিছিল। ইংৰাজী সাহিত্যৰ লিটনৰ ‘Last Days of Pompeii’ আৰু গ্ৰেজিয়া ডালেভাৰ ‘Mother’ এই দুখন উপন্যাস অনুবাদ কৰি ক্ৰমে ‘পম্পিয়াইৰ প্ৰলয় কাহিনী’ আৰু ‘মাতৃ’ নামে প্ৰকাশ কৰিছিল।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )