লেখক:মহানন্দ বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | মহানন্দ বৰুৱা (১৮৮৯—) |
| মহানন্দ বৰুৱা (১৮৮৯—অজ্ঞাত) পেচাত এগৰাকী ডাক্তৰ। জন্ম ডিব্ৰুগড়ৰ ওচৰৰ টিংখঙত। দেউতাক বিনন্দৰাম আৰু মাতৃ পদুমী। ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰপৰা প্ৰথম বিভাগত মেট্ৰিক পাচ কৰি ডিব্ৰুগড়ৰ বেৰী হোৱাইট মেডিকেল স্কুলৰপৰা ১৯১৭ চনত এল এম পি পাচ কৰে। বিভিন্ন স্থানত ডাক্তৰ ৰূপে সেৱা আগবঢ়াই শেষ সময়ত টিংখঙত থিতাপি লয়। এলাহাবাদ অখিল ভাৰতীয় শিক্ষানুষ্ঠানৰপৰা সাহিত্য ভূষণ উপাধি লাভ কৰিছিল। |
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )