সমললৈ যাওক

লেখক:মহাদেব শৰ্ম্মা

ৱিকিউৎসৰ পৰা
মহাদেব শৰ্ম্মা
(১৮৮৬–১৯৬৬)
মহাদেব শৰ্ম্মা (১৮৮৬-১৯৬৬) সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সভাপতি। ছদ্মনাম - মৰাশ। কমলানন্দ ভট্টাচাৰ্য্যৰ আসাম হিতৈষী আৰু সদৌ অসম মইনা পাৰিজাতৰ মুখপত্ৰ মইনাৰ সম্পাদক আছিল। তেজপুৰৰ ব্যক্তি। তেজপুৰ জিলা কংগ্ৰেছ আৰু তেজপুৰ লোকেল বৰ্ডৰ সভাপতি আছিল। তেজপুৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। কলিকতাত প্ৰেছ খুলি অসমৰ চতুৰ্থখন শিশু আলোচনী অৰুণ সম্পাদনা কৰি উলিয়াইছিল। স্বাধীনতা সেনানী ৰূপে কাৰাবাস খাটিছিল। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থাকোঁতে আধাতে পঢ়া সামৰিছিল।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )