লেখক:ব্ৰাম ষ্টোকাৰ
অৱয়ব
| ←লেখকৰ তালিকা | ব্ৰাম ষ্টোকাৰ (১৮৪৭–১৯১২) |

ব্ৰাম ষ্টোকাৰ এজন আইৰিছ ঔপন্যাসিক আৰু নাট্য পৰিচালক আছিল। পাঁচখন উপন্যাস লিখি জগতজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ ৰচিত উপন্যাস কেইখন হৈছে - দি স্নেকচ্ পাচ (১৮৯৩), ড্রাকুলা (১৮৯৭), দি মিষ্ট্ৰি অৱ দি চি (১৯০২), দি জুৱেল অব চেভেন ষ্টাৰ্চ্ (১৯০৪) আৰু দি লেডী অৱ দি শ্রাউড (১৯০৯)। ইয়াৰ ভিতৰত ড্রাকুলাখন বিশ্বৰ প্ৰায় সকলোবিলাক ভাষালৈকে অনুদিত হৈছে। জনাথন হার্কাৰে ডায়েৰীৰ আকাৰত লিখা এই উপন্যাসখনৰ আধাৰত হলিউডকে ধৰি বিশ্বৰ বিভিন্ন ভাষাত অনেক বোলছবি নিৰ্মিত হৈছে।