লেখক:বুকাৰ ৱাচিংটন
অৱয়ব
| ←লেখকৰ তালিকা | বুকাৰ ৱাচিংটন (১৮৫৬–১৯১৫) |
| বুকাৰ ৱাচিংটন (১৮৫৬-১৯১৫) এগৰাকী আমেৰিকান লেখক, শিক্ষাবিদ আৰু বক্তা। বুকাৰ ৱাচিংটন তেওঁৰ আত্মজীৱনী ‘দ্য ষ্টৰি অৱ মাই লাইফ এণ্ড ৱৰ্ক’ৰ অনুবাদ।। বসন্তকুমাৰ বৰুৱাই কৰা কিতাপখনৰ অনুবাদৰ ২য় সংস্কৰণ ১৯২৬ চনত প্ৰকাশ পাইছিল। কিছু তথ্য অনুসৰি আফ্ৰিকান-আমেৰিকান অৰ্থনীতিবিদ আৰু দ্য নিউ য়ৰ্ক এইজৰ সম্পাদক টিমথি থমাচ ফৰচুন (১৮৫৬-১৯২৮), বুকাৰৰ অন্য কিতাপকেইখনৰ দৰে তেওঁৰ আত্মজীৱনীৰো অদৃশ্য লেখক আৰু সম্পাদক আছিল। বুকাৰৰ জীৱনকালত তেওঁৰ পাঁচখন কিতাপ প্ৰকাশ হৈছিল। তাৰ ভিতৰত, ১৯০০ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী ‘দ্য ষ্টৰি অৱ মাই লাইফ এণ্ড ৱৰ্ক’ উল্লেখযোগ্য। |
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]- বুকাৰ ৱাচিংটন (আত্মজীৱনী ‘দ্য ষ্টৰি অৱ মাই লাইফ এণ্ড ৱৰ্ক’ৰ অনুবাদ)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )