লেখক:বিপিনচন্দ্ৰ বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | বিপিনচন্দ্ৰ বৰুৱা (১৮৯৪–১৯৬১) |
| বিপিনচন্দ্ৰ বৰুৱা (১৮৯৪-১৯৬১) কবি, গল্পকাৰ, নাট্যকাৰ আৰু মঞ্চশিল্পী। জন্ম যোৰহাটত। দেউতাক গোলাপ চন্দ্ৰ বৰুৱা। ৰিপন কলেজৰপৰা বি এ পৰীক্ষা পাছ কৰি চৰকাৰী শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল। ১৯২১ চনত মহাত্মা গান্ধীৰ আহ্বানত চাকৰি এৰি স্বাধীন ব্যৱসায়ী ৰূপে যোৰহাটত এচিয়াটিক প্ৰেছ প্ৰতিষ্ঠা কৰে। |
সাহিত্যিক অৱদান
[সম্পাদনা কৰক]- সম্পাদিত গ্ৰন্থ
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )