লেখক:প্ৰেমধৰ দত্ত
অৱয়ব
| ←লেখকৰ তালিকা | প্ৰেমধৰ দত্ত (১৯২৬–১৯৬৩) |
| প্ৰেমধৰ দত্ত (১৯২৬-১৯৬৩) এগৰাকী শিশু-সাহিত্যিক তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ৷ |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- ৰং বিৰং (কবিতা)
- শিয়ালৰ শিং (কবিতা)
- ভেকো ভাওনা (গল্প সংকলন)
- সাজি কোৱা নাই (গল্প সংকলন)
- ন কথা (গল্প সংকলন)
- শংকৰদেৱৰ সাধু (জীৱনীভিত্তিক সাধু)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )