লেখক:প্ৰীতিমা কৌশিক বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | প্ৰীতিমা কৌশিক বৰুৱা (১৯৭৪—) |
| প্ৰীতিমা কৌশিক বৰুৱা অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা, লেখিকা, তথা সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ। কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ ক্ষেত্ৰখনত প্ৰায় ২৮ বছৰ ধৰি জড়িত হৈ থকা প্ৰীতিমা কৌশিক বৰুৱা পূৰ্ণাংগ কেৰিয়াৰ বিষয়ক একমাত্ৰ অসমীয়া আলোচনী 'মাহেকীয়া কেৰিয়াৰ গাইড'ৰ সম্পাদক-প্ৰকাশক। |

ৰচনা-ৰাজি
[সম্পাদনা কৰক]- বিজ্ঞানৰ বিচিত্ৰ বতৰা
- কেৰিয়াৰ গাইড
- উচ্চতৰ মাধ্যমিকৰ পাছত
- অসমতে পঢ়িব পৰা কেৰিয়াৰ
- শিক্ষাবৃত্তি আৰু শিক্ষাঋণ
- মেনেজমেণ্টৰ পাঠ্যক্ৰম
- ঈছপৰ সাধু
- বিজ্ঞানৰ বিচিত্ৰ বতৰা
- সফলতাৰ সোপান