সমললৈ যাওক

লেখক:প্ৰতিভা গোস্বামী

ৱিকিউৎসৰ পৰা
প্ৰতিভা গোস্বামী
(১৯১১–১৯৩২)
প্ৰতিভা দেৱী গোস্বামী (১৯১১-১৯৩২) সাহিত্যিক, শিক্ষাবিদ শৰৎচন্দ্ৰ গোস্বামীৰ জী। মাতৃ ভুৱনেশ্বৰী। উমাকান্ত গোস্বামীৰ প্ৰথমা পত্নী। ঘৰুৱা শিক্ষাৰে শিক্ষিত হৈ লেখা-মেলাত হাত দিছিল আৰু অযোধ্যা দেৱী ছদ্মনামেৰে প্ৰৱন্ধ আদি লেখিছিল। ডন কুইক্সোটৰ অসমীয়া ভাঙনি কৰিছিল। ১৯২৬ চনত অসম সাহিত্য সভাৰ উদ্যোগত খোৱা-বোৱা শীৰ্ষক এখন কিতাপ লেখিছিল। ২১ বছৰ বয়সত মৃত্যু হয়।

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )