লেখক:পীতাম্বৰ
অৱয়ব
| ←লেখকৰ তালিকা | পীতাম্বৰ |
| কবি পীতাম্বৰ (১৬শ শতিকা) ষোল্লশ শতিকাৰ এগৰাকী অসমীয়া কবি। কমতাপুৰৰ বাসিন্দা। ৰজা চিলাৰায়ৰ পৃষ্ঠপোষকতাত কাব্য-চৰ্চা কৰিছিল। শংকৰদেৱে তেওঁক শাক্ত-তামসিক আখ্যা দিছিল। |
ৰচনাৱলী
[সম্পাদনা কৰক]- ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ভাঙনি (১৫৪০)
- ভাগৱত পুৰাণৰ দশ স্কন্ধৰ ভাঙনি (১৫৪০)
- মাৰ্কেণ্ডেয় চণ্ডীৰ আখ্যান (১৬০২)
- উষা পৰিণয় (১৫৩৩)
- নন্দ চৰিত্ৰ বা নল দময়ন্তী
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )